Xorobjaan লক্ষ্মীনাথ বেজবৰুৱা
Step into an infinite world of stories
দুই বেপাৰী এদিন বজাৰত লগ খালে। দুয়ো সাংঘাটিক বুধিয়ক। এজনে আনজনৰ সৈতে নিজৰ বস্তু বিনিময় কৰি ভাবিলে ইজনে সিজনক ঠগা বুলি। পিছে আচল কথাটোনো কি? আহাচোন সাধুটো শুনো আমাৰ সকলোৰে মৰমৰ চেতনা দাস আইতাৰ মাতত!
© 2021 Storyside IN (Audiobook): 9789354341724
Release date
Audiobook: 29 May 2021
English
India