Pita-Putra হোমেন বৰগোহাঞি
আমাৰ সমাজৰ নিৰ্ধনী আৰু লাঞ্ছিত শ্ৰেণীৰ প্ৰতিভূ হৈছে ৰসেশ্বৰ। জমিদাৰ শ্ৰেণীৰ শোষণ আৰু ৰাজনৈতিক তোষণৰ বলি হোৱা এনে ৰসেশ্বৰ আমাৰ সমাজত কেৱল এজনেই নহয়। দৰিদ্ৰ খেতিয়ক ৰসেশ্বৰৰ এই কাহিনী প্ৰকাশ পায় হোমেন বৰগোহাঞিৰ ক্লাচিক উপন্যাস 'হালধীয়া চৰায়ে বাওধান খায়'ত, ১৯৮৮ চনত।পৰৱৰ্তী কালত এই উপন্যাসৰ আধাৰত একে নামেৰে এখন চিনেমাও নিৰ্মাণ কৰা হয়। প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা জাহ্নু বৰুৱাই পৰিচালনা কৰা চিনেমাখনে ৰাষ্ট্ৰীয় বঁটাও লাভ কৰিবলৈ সক্ষম হৈছিল।
© 2021 Storyside IN (Audiobook): 9789353988470
Release date
Audiobook: 10 February 2021