Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for Suwa Pitambor Shyamboron Megh Ure

Suwa Pitambor Shyamboron Megh Ure

Duration
10H 25min
Language
Assamese
Format
Category

Religion & Spirituality

ভাৰতবৰ্ষই স্বাধীনতা লাভ কৰাৰ পাছৰ সময়। মিছিং সম্প্ৰদায়ৰ এখন গাঁও। য'ত প্ৰগতিশীল চিন্তাৰ অধিকাৰী, সকলোৰে সন্মানীয় পীতাম্বৰে স্কুল, দলং আৰু নামঘৰ হোৱাটো বিচাৰে। বিচৰা ধৰণে গাঁওখনত দলং হয় আৰু পীতাম্বৰে নিজা উদ্যোগত প্ৰতিষ্ঠা কৰে এটা নামঘৰ। কুকুৰা-গাহৰি-মদৰ প্ৰচলন থকা জনজাতীয় সমাজত এটা বৈষ্ণৱ নামঘৰ! পীতাম্বৰ সফল হ'বনে? সেই পৰিৱৰ্তনক ৰাইজে আদৰিবনে? আজিৰ পৰা ৬০-৭০ বছৰ আগেয়ে তেনে বহু পীতাম্বৰে চাগৈ বহু অঞ্চলত উন্নয়ণৰ বাট কাটিছিল। শুনক, আঁক-বাক উপন্যাস বঁটা ২০১০-১১ বৰ্ষৰ মনোনয়ন প্ৰাপ্ত উপন্যাস, জীৱন নৰহৰ 'চোৱা পীতাম্বৰ শ্যামবৰণ মেঘ উৰে'।

© 2021 Storyside IN (Audiobook): 9789353988067

Release date

Audiobook: 10 June 2021

Others also enjoyed ...