Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
5 Ratings

4.8

Duration
11H 12min
Language
Assamese
Format
Category

Classics

মণিকুন্তলা ভট্টাচাৰ্যৰ 'মই ডেচডিম'না হ'ব খোজোঁ' অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পটভূমিত ৰচিত এখন বহুপঠিত উপন্যাস। উপন্যাসখনৰ মূল বিষয়বস্তু হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ কুশীলৱসকলৰ জীৱনৰ ঘাত-প্ৰতিঘাত, আশা-আকাংক্ষা। অথেল' আৰু ডেচডিম'নাৰ কাহিনীৰ আধাৰত আৰম্ভ কৰা উপন্যাসখনৰ বিষয়বস্তুৱে গতি লয় উপন্যাসৰ নায়ক নায়িকাৰ ব্যক্তিগত জীৱনলৈ। জীৱনৰ সন্মুখত আহি পৰা প্ৰত্যাহ্বানৰ সন্মূখীন হৈ সাহসেৰে আগলৈ খোজ দিবলৈ বিচৰা নয়না, নয়নাৰ প্ৰেমত পৰা পাৰ্থ। মাথোঁ সেইয়াই নহয়, ভ্ৰাম্যমাণৰ লগত জড়িত বহু কেইগৰাকী পুৰোধা ব্যক্তিৰ কথাও সোমাই আছে উপন্যাসখনৰ ভিতৰত। ক'বলৈ গ'লে বিশ্বৰ ভিতৰতে বিৰল অসমৰ সম্পদ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম পাঁচটা দশকৰ ইতিহাস এইখন উপন্যাস।

© 2021 Storyside IN (Audiobook): 9789353987503

Release date

Audiobook: 4 June 2021

Others also enjoyed ...

  1. Cotton College নবীন বৰুৱা
  2. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  3. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  4. Kaal Gohbor ৰঞ্জু হাজৰিকা
  5. Xongskar মামণি ৰয়ছম গোস্বামী
  6. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  7. Mriganabhi অৰূপা পটংগীয়া কলিতা
  8. Cubicle Mate পাপলু চেতিয়া
  9. Ostoraag হোমেন বৰগোহাঞি
  10. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  11. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  12. The Secret of the Nagas Amish Tripathi
  13. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  14. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  15. Nil Prajapati অনুৰাধা শৰ্মা পূজাৰী
  16. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  17. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  18. Moitsyogondha হোমেন বৰগোহাঞি
  19. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  20. Aariwa অনুৰাধা দত্ত
  21. Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  22. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  23. Puwoti Tora কাঞ্চন বৰুৱা
  24. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  25. Bondho Ghoror Khiriki মণিকুন্তলা ভট্টাচাৰ্য
  26. Arnab, Aastha Aru JEC Indranee Sharma
  27. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  28. Felani অৰূপা পটংগীয়া কলিতা
  29. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  30. Kollolini আৰাধনা গোস্বামী