Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
4 Ratings

4

Duration
7H 4min
Language
Assamese
Format
Category

Fiction

জীৱনক বুজিব লাগিব। জীৱনৰ মুখামুখি হ'ব পাৰিব লাগিব। মাটিত ভৰি ৰাখিবলৈও তাইক সাহসৰ দৰকাৰ। সেই সাহস আৰু শক্তি তাই আহৰণ কৰিব বুদ্ধৰ পৰা। এইখিনি কথা তাইক সুন্দৰ চমুৱাই কৈছিল। তাই' 'আবৰি' । নিজকে খোলাৰ ভিতৰত সামৰি আনৰ সুখৰ বাবে সৰ্বস্ব বিলাই দিয়া এজনী ছোৱালী। পৃথিৱীৰ জটিলতাৰ তুলনাত তাইৰ ভগ্ন হৃদয়ৰ বিননি যেন মাথোঁ বিলাসিতা। প্ৰেমে মানুহক ধ্বংস নকৰে। সকলোকে ভালপোৱা আবৰি নামৰ ছোৱালীজনীয়ে ডাঙৰ হৈ অহাৰ লগে লগে বুজি উঠে বহু কথা। কিন্তু কি হ'ল আবৰিৰ? আবৰিয়ে পাৰিলে নে বুদ্ধ ৰ পৰা সাহস আৰু শক্তি আহৰণ কৰিব? মানসিক ভাৰসাম্যতা হেৰুৱাই পেলোৱা তাইৰ মৰমৰ সীমা বায়েকৰ কি হ'ল? আৰু বকুল খুৰা! তাইৰ কৈশোৰৰ বন্ধু, তাইৰ কৈশোৰৰ প্ৰেম পৰিমল ৰ কাহিনীয়ে বা কোনফালে গতি ল'লে? আৰু তাইৰ প্ৰিয় কবি, তেওঁৰ সৈতে আবৰিৰ সম্পৰ্ক কি আছিল? আহক শুনোঁ জনপ্ৰিয় কাহিনীকাৰ মনালিছা শইকীয়াৰ প্ৰেম আৰু জীৱনবোধেৰে পৰিপূৰ্ণ উপন্যাস "আবৰিৰ আকাশ আৰু পৃথিৱী", শৰ্মিষ্টা চক্ৰৱৰ্তীৰ কণ্ঠত।

© 2021 Storyside IN (Audiobook): 9789353987565

Release date

Audiobook: 10 February 2021

Others also enjoyed ...

  1. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  2. Xongskar মামণি ৰয়ছম গোস্বামী
  3. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  4. Madhuxala সৌমিত্ৰ যোগী
  5. Cotton College নবীন বৰুৱা
  6. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  7. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  8. Priyo Aalaap মণিকা দেৱী
  9. Mriganabhi অৰূপা পটংগীয়া কলিতা
  10. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  11. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  12. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  13. Ostoraag হোমেন বৰগোহাঞি
  14. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  15. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  16. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  17. Aariwa অনুৰাধা দত্ত
  18. Arnab, Aastha Aru JEC Indranee Sharma
  19. Kollolini আৰাধনা গোস্বামী
  20. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  21. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  22. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  23. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  24. Moitsyogondha হোমেন বৰগোহাঞি
  25. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  26. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  27. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  28. Big Bazar মনালিছা শইকীয়া
  29. Buddhajaya গীতালি বৰা
  30. Aparajita Archana Borthakur
  31. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  32. Andulito Akash মনালিছা শইকীয়া
  33. Felani অৰূপা পটংগীয়া কলিতা
  34. Puwoti Tora কাঞ্চন বৰুৱা
  35. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  36. Nilkanthi Braj মামণি ৰয়ছম গোস্বামী
  37. Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  38. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  39. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  40. Doriyoli গীতালি বৰা
  41. Urmilar Sokulu কাঞ্চন বৰুৱা
  42. Aagontuk হৰেকৃষ্ণ ডেকা
  43. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  44. Xorotsondror Nirbasito Golpo শৰৎ চন্দ্ৰ চট্টোপাধ্যায়
  45. Orgol Khula, Priyomboda গীতালি বৰা
  46. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  47. The Secret of the Nagas Amish Tripathi
  48. Cubicle Mate পাপলু চেতিয়া
  49. Amrita ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  50. Kaal Gohbor ৰঞ্জু হাজৰিকা