Ankuran
29 May 2021
ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাৰ কালজয়ী শিশু সাহিত্যসমূহ Storytel-অত শুনিবলৈ পাই আকৌ শৈশৱলৈ উভতি যোৱা যেন লাগিছে। এই সুখানুভূতি বৰ্ণাই শেষ কৰিব নোৱাৰি। ভবেন্দ্ৰনাথ শইকীয়া, নিৰ্মলপ্ৰভা বৰদলৈ, অচিন মোমাইদেউৰ দৰে আমাৰ শৈশৱবিলাক পোহৰাই তোলা আন আন শিশু সাহিত্যিকসকলৰ ৰচনাৰাজিও ইয়াতে উপভোগ কৰিবলৈ পাম বুলি আশা ৰাখিলোঁ।