Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
2 Ratings

5

Duration
8H
Language
Assamese
Format
Category

Fiction

এগৰাকী অভিজাত মহিলা। সময়ৰ পাকচক্ৰত পৰি তেওঁ গুৰুতৰ ভাৱে আক্ৰান্ত হয় স্কিজোফ্ৰেনিয়া নামে এক জটিল মানসিক ৰোগত। সমাজৰ ডিগ্ৰীধাৰী এচাম অশিক্ষিত মানুহৰ বাবে তেওঁ হৈ পৰে পাগলী। মাকৰ এই অৱস্থাৰ বাবে ঘৰলৈ পিঠি দিয়া পুত্ৰ, বিয়া হৈ আঁতৰি যোৱা ডাঙৰ ছোৱালী সকলো আঁতৰে আঁতৰে ৰয়। অন্যফালে আকৌ সুৰাপায়ী গিৰিয়েক থকা নথকা একেটাই কথা। পাগলী মাকৰ সেৱা শুশ্ৰষা ব্ৰতী হয় তেওঁৰেই সৰু জীয়ৰী মামণি। পেছাত এগৰাকী শিক্ষয়িত্ৰী মামণিয়ে মাকক সুস্থ কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। কিন্তু সমাজৰ লাঞ্ছনা, বঞ্চনাত জৰ্জৰিত, সৰল, অন্তৰ্মুখী মামণি এদিন নিজেই হৈ পৰে স্কিজোফ্ৰেনিক ৰোগী। পৰিয়ালটোৰ শেষ ভৰসা মামণিৰ ভৰসা কোন? কি হ'ব মামণিৰ শেষ পৰিস্থিতি? সুস্থ হৈ উঠিব নে মামণি? আৰু মামণিৰ মাক? কি হ'ল মামণি ৰ ডাঙৰ ককায়েক ৰণৰ? এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে ২০০৪ চনৰ মুনীন বৰকটকী বঁটা প্ৰাপ্ত অসমীয়া সাহিত্যৰ এগৰাকী জনপ্ৰিয় গল্পকাৰ তথা ঔপন্যাসিক মনালিছা শইকীয়াৰ "আন্দোলিত আকাশ"।

© 2021 Storyside IN (Audiobook): 9789353987558

Release date

Audiobook: 10 March 2021

Others also enjoyed ...

  1. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  2. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  3. Ostoraag হোমেন বৰগোহাঞি
  4. Odhom Keetor Dongxon ৰঞ্জু হাজৰিকা
  5. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  6. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  7. Big Bazar মনালিছা শইকীয়া
  8. Tejor Tolor Pokhilar Mukh অনামিকা বৰা
  9. Cotton College নবীন বৰুৱা
  10. Xoityoban Dur Hoi Najaba মনালিছা শইকীয়া
  11. Arnab, Aastha Aru JEC Indranee Sharma
  12. Romyokotha ভদ্ৰ বৰা
  13. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  14. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  15. Xongskar মামণি ৰয়ছম গোস্বামী
  16. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  17. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  18. Edinor Diary হোমেন বৰগোহাঞি
  19. Kanchon অনুৰাধা শৰ্মা পূজাৰী
  20. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  21. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  22. Mriganabhi অৰূপা পটংগীয়া কলিতা
  23. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  24. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  25. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  26. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  27. Doriyoli গীতালি বৰা
  28. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  29. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  30. Buddhajaya গীতালি বৰা
  31. Aariwa অনুৰাধা দত্ত
  32. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  33. Aagontuk হৰেকৃষ্ণ ডেকা
  34. Felani অৰূপা পটংগীয়া কলিতা
  35. Urmilar Sokulu কাঞ্চন বৰুৱা
  36. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  37. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  38. Puwoti Tora কাঞ্চন বৰুৱা
  39. Amrita ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  40. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  41. Kollolini আৰাধনা গোস্বামী
  42. Aparajita Archana Borthakur
  43. Orgol Khula, Priyomboda গীতালি বৰা
  44. Lingomukto Prithibir Xadhu Eta অপূৰ্ব কুমাৰ শইকীয়া
  45. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  46. Xorotsondror Nirbasito Golpo শৰৎ চন্দ্ৰ চট্টোপাধ্যায়
  47. Kaal Gohbor ৰঞ্জু হাজৰিকা
  48. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ