পাৰমিতা আৰু তুষাৰ সিনহাৰ কণমানি পৰীৰে সৈতে সৰু আৰু সুখী সংসাৰ। কিন্তু হঠাৎ পাৰমিতাৰ বিশৃংখল জীৱন যাপন আৰম্ভ হয়। বেপৰোৱা হৈ তুষাৰক আওকাণ কৰি অন্য অভিষাৰ আৰম্ভ কৰাৰ আঁৰত হয়তো কিবা ষড়যন্ত্ৰ আছে। এই সূত্ৰৰ পম খেদিলে আৰু বা কি অনেক কথাৰ উন্মোচন হয়! ষ্টৰীটেলত শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ 'নিষিদ্ধ অভিসাৰ'।
© 2021 Storyside IN (Audiobook): 9789353988012
Release date
Audiobook: 11 February 2021

Step into an infinite world of stories
Overall rating based on 8 ratings
Heartwarming
Thrilling
Funny
Download the app to join the conversation and add reviews.
Showing 1 of 8
Ashim krishno
7 Jun 2021
আপোনাৰ কণ্ঠ সুন্দৰ । বহুত ভাল পঢ়ে । পিছে চৰিত্ৰ বোৰৰ দৰে নাটকীয় ভাৱেৰে কথা কব যাওঁতে পাৰমিতা ৰ চৰিত্ৰ তো কিবা কৰি পেলাইছে। উদয় ভানু তো মাকৰ চৰিত্ৰ তো ঠিক একেই কৰিছে । সাধাৰণ ভাবেই পঢ়ক ,আপোনাৰ সুন্দৰ কণ্ঠত এনেও ভাল লাগিব । শুভেচ্ছা
English
India