Xorilot Ekura Jui চৈয়দ আব্দুল মালিক
মৌজাদাৰৰ অত্যন্ত অনাদৃতা পত্নী হৈয়ো অসীম মানসিক দৃঢ়তাৰে দুই পুত্ৰক চৰিত্ৰৱান সুপুৰুষ হিচাপে গঢ়ি তোলে শান্তিপ্ৰিয়াই। সাহিত্য অকাদেমি, কথা, ইত্যাদি বঁটাৰে সন্মানিত অৰূপা পটংগীয়া কলিতাৰ 'টোকোৰা বাহৰ সোণৰ বেজী' হাৰি হাৰি জিকি যোৱা এগৰাকী নাৰীৰ প্ৰেৰণাৰ কাহিনী।
© 2021 Storyside IN (Audiobook): 9789354346156
Release date
Audiobook: 13 August 2021