Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
3 Ratings

5

Duration
1H 59min
Language
Assamese
Format
Category

Fiction

কবিতা লিখি ভালপোৱা এজন যুৱক দিহাং। কিন্তু কালক্ৰমত কেৱল কবি হৈ নাথাকিল দিহাং। এহাতত মৰণাস্ত্ৰ আৰু আনখন হাতত কলম তুলি লোৱা বিপ্লৱী কবি দিহাং চৰকাৰৰ বাবে হৈ পৰিছিল সন্ত্ৰাসবাদী। মাতৃ - প্ৰেমিকাক এৰি ভূটানৰ কেম্পত সতীৰ্থৰ সৈতে পাৰ কৰা দিহাঙৰ সময়বোৰ কেনে আছিল বাৰু? সতীৰ্থক কথা দি হৰিণ চিকাৰ কৰিবলৈ যোৱা দিহাঙৰ বন্দুকৰ গুলীত আঘাটপ্ৰাপ্ত হৰিণী পোৱালিজনী লৈ অনুতপ্ত হোৱা দিহাঙৰ মনৰ ভিতৰখনত কেনে ধৰণৰ ধুমুহা বলিছিল? মৰম-আদৰেৰে আঘাটপ্ৰাপ্ত হৰিণীজনীক সুস্থ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল দিহাঙে। তাইৰ নাম দিছিল অসমী। কিন্তু সদায় জানো অসমীক লগত ৰাখিব পাৰিলে দিহাঙে? দিহাঙৰ বা শেষ পৰিণতি কি হ'ল? সতীৰ্থ নয়ন, গোভা আদিকে ধৰি বাকীসকলৰ কি হ'ল? এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় কথাশিল্পী গীতালি বৰাৰ উপন্যাস "ডঁৰিয়লি"।

© 2021 Storyside IN (Audiobook): 9789353988326

Release date

Audiobook: 15 January 2021

Others also enjoyed ...

  1. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  2. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  3. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  4. Xoityo-Xujyo গীতালি বৰা
  5. Xongskar মামণি ৰয়ছম গোস্বামী
  6. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  7. Cotton College নবীন বৰুৱা
  8. Johor-Mohor মণিকা দেৱী
  9. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  10. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  11. Big Bazar মনালিছা শইকীয়া
  12. Bola Beduin দিব্যজ্যোতি বৰা
  13. Edinor Diary হোমেন বৰগোহাঞি
  14. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  15. Puwoti Tora কাঞ্চন বৰুৱা
  16. Buddhajaya গীতালি বৰা
  17. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  18. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  19. Ostoraag হোমেন বৰগোহাঞি
  20. Aariwa অনুৰাধা দত্ত
  21. Arnab, Aastha Aru JEC Indranee Sharma
  22. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  23. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  24. Mriganabhi অৰূপা পটংগীয়া কলিতা
  25. Nil Prajapati অনুৰাধা শৰ্মা পূজাৰী
  26. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  27. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  28. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  29. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  30. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  31. Chinnomostar Manuhtu মামণি ৰয়ছম গোস্বামী
  32. Aagontuk হৰেকৃষ্ণ ডেকা
  33. Aparajita Archana Borthakur
  34. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  35. Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  36. The Secret of the Nagas Amish Tripathi
  37. Felani অৰূপা পটংগীয়া কলিতা
  38. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  39. Urmilar Sokulu কাঞ্চন বৰুৱা
  40. Kollolini আৰাধনা গোস্বামী
  41. Xorotsondror Nirbasito Golpo শৰৎ চন্দ্ৰ চট্টোপাধ্যায়
  42. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  43. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  44. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  45. Orgol Khula, Priyomboda গীতালি বৰা
  46. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী