Ruptirthor Jatri
- Authors
- Narrators
- Publisher
"ৰূপতীৰ্থৰ যাত্রী" বিশিষ্ট সাহিত্যিক চৈয়দ আব্দুল মালিকৰ এখন অনন্য উপ্যনাস। অসমীয়া জাতীয় জীৱনৰ এগৰাকী বৰেণ্য ব্যক্তিত্বৰ ব্যক্তি, যিগৰাকী একেৰাহে কবি, গীতিকাৰ, সুৰকাৰ, কণ্ঠশিল্পী,চিত্রশিল্পী, অভিনেতা, নাট্যকাৰ, চিত্র-নিৰ্মাতা, পৰিচালক লগতে গভীৰ দেশপ্ৰেমেৰে উদ্বুদ্ধ এজন বিপ্লৱী - জ্যোতি প্ৰসাদ আগৰৱালা। এই সুন্দৰৰ পুজাৰীৰ জীৱন কাহিনী ভিত্তিক উপ্যনাস "ৰূপতীৰ্থৰ যাত্রী"। উপন্যাসখনৰ তিনিটা খণ্ডত ক্ৰমে ৰূপতীৰ্থৰ নায়ক জ্যোতিৰ্ময়ৰ ইউৰোপত শিক্ষা গ্ৰহণ কৰি থকা কালচোৱা, অসমলৈ আহি প্ৰথম অসমীয়া চলচ্চিত্ৰ নিৰ্মাণৰ সংগ্ৰামী যাত্রা আৰু দ্বিতীয় বিশ্ব যুদ্ধৰ দাবানলৰ মাজতে ভাৰতীয় স্বাধীনতা সংগ্ৰামৰ বৰ্ণনা বিদ্যমান । উপ্যনাসখনৰ প্ৰতিটো পৃষ্ঠাতেই সহজ সৰল বাক্য-বিন্যাসেৰে প্ৰতিটো চৰিত্রক মালিকদেৱে এক জীৱন্ত ৰূপ প্ৰদান কৰিছে । সৰস বৰ্ণনাত্মক বিশ্লেষণেৰে সেই সময়ৰ সমাজৰ নিৰ্মোহ সত্য খিনিক উপন্যাস খনৰ জৰিয়তে প্ৰকাশ কৰাৰ উপৰিও তেখেতে উপন্যাস খনৰ প্ৰতিটো চৰিত্রৰ আবেগ অনুভূতিৰ সৈতে একাত্ম হ'ব পৰাকৈ পাঠকক সমল যোগাবলৈ নিশ্চিতভাৱে সক্ষম হৈছে। এই উপ্যনাসখনৰ বিভিন্ন চৰিত্র সমূহৰ বিষয়ে জানিবলৈ তথা সু্ন্দৰৰ পূজাৰী জ্যোতিপ্ৰসাদ আগৰৱালাৰ বৰ্ণিল যাত্রাৰ বিষয়ে জানিবলৈ শুনক "ৰূপতীৰ্থৰ যাত্রী" কেৱল ষ্টৰীটেলত।
© 2021 Storyside IN (Audiobook): 9789354347498
Release date
Audiobook: 18 October 2021
Books similar to Ruptirthor Jatri
- Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
- Felani অৰূপা পটংগীয়া কলিতা
- Din Dakait Premnarayan Dutta
- Kolongkito nayok ৰঞ্জু হাজৰিকা
- Prem Omritor Nodi চৈয়দ আব্দুল মালিক
- Kaal Gohbor ৰঞ্জু হাজৰিকা
- Mahogani Kathor Pera Nandita Devi
- Baastob Aru Bixaad ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
- Arundhati মণিকুন্তলা ভট্টাচাৰ্য
- Samiyaana মণিকুন্তলা ভট্টাচাৰ্য
- Julu ৰঞ্জু হাজৰিকা
- Eibar kaar paal ৰঞ্জু হাজৰিকা
- Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
- Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
- Xorilot Ekura Jui চৈয়দ আব্দুল মালিক
- Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
- Mur Hridoy Ekhon Juddhakhetra হোমেন বৰগোহাঞি
- Xorotsondror Nirbasito Golpo শৰৎ চন্দ্ৰ চট্টোপাধ্যায়
- Samayar Pristha অনুৰাধা শৰ্মা পূজাৰী
- Prastar Kanya মণিকুন্তলা ভট্টাচাৰ্য
- Dorponot kaar mukh ৰঞ্জু হাজৰিকা
- Shriman Yogi Ranjit Desai
- Mrutyunjay Bhag 1 - Karn Shivaji Sawant
- URAKKAPPISHACH: ഉറക്കപ്പിശാച് S P SARATH
- Yugandhar Shivaji Sawant
- October Junction Divya Prakash Dubey
- Kanthamalacharitham Vishnu M C
- Chhava Prakaran 1 Shivaji Sawant
- Harry Potter and the Philosopher's Stone J.K. Rowling
- Gunahon ka Devta Dharmveer Bharti
- Ikigai: The Japanese Secret to a Long and Happy Life Francesc Miralles, Hector Garcia
- Ravan Raja Rakshsancha Sharad Tandale
- Francis Itticora T D Ramakrishnan
- Lok Maze Sangati Sharad Pawar
- Bangarwadi Vyankatesh Madgulkar
- Khasakkinte Ithihasam O V Vijayan
