Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for Mamore Dhora Toruwal
5 Ratings

4.8

Duration
11H 8min
Language
Assamese
Format
Category

Fiction

১৯৭৮ চন । উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাই নদীৰ ওপৰত একুৱেডাক্ট বন্ধাৰ কাম পূৰ্ণগতিত চলিছিল । নিয়োজিত আছিল অলেখ শ্ৰমিক । কিন্তু শ্ৰমিকসকলে প্ৰাপ্যৰ পৰা সদায়ে বঞ্চিত আছিল । যিয়ে তেওঁলোকক বিদ্ৰোহী কৰি তুলিছিল আৰু কোম্পানীৰ বিৰুদ্ধে ধৰ্মঘটৰ সিদ্ধান্ত লৈছিল । ধৰ্মঘটৰ নেতৃত্ব দিবলৈ ওলাই আহিছিল শ্ৰমিক নেতা । কিন্তু এই ধৰ্মঘটৰ উদ্দেশ্য জানো সফল হৈছিল !! পাৰিছিলনে নেতাসকলে সুস্থিৰভাবে ধৰ্মঘট আগুৱাই নিব? যিহেতু আদৰ্শ বা একতাৰ অভাৱ আছিল নেতাসকলৰ মাজত । নাছিল কোনো নিৰ্দিষ্ট পৰিকল্পনা । আৰু তাৰে সুবিধা লৈছিল শোষণকাৰীসকলে । অতি সৎ কৰ্মপটু বিশ্বাসী শিক্ষিত যুৱক যশোৱন্ত শ্ৰমিক ইউনিয়নৰ সদস্য হোৱাৰ পিছত ধৰ্মঘটেই হওক বা হৰিজন শ্ৰমিকসকলৰ অনান্য প্ৰাপ্যৰ ক্ষেত্ৰত কিবা ইতিবাচক দিশৰ সূচনা হৈছিল নেকি ? পৰিস্থিতিৰ ৰোষত পৰি এসময়ৰ ৰাংঢালী, আলফুলীয়া নাৰায়ণী নিশকতীয়া হৈ পৰাৰ পাছত, তাই ক'ত কেনেকৈ কিয় ঠাকুৰ চাহাবক হত্যা কৰিছিল ?? শম্ভূ পাছোৱানে লৈ ফুৰা খালী টিংটো পূৰ্ণ হৈছিলনে ? পৰিস্থিতিয়ে বেশ্যা বৃত্তি ল'বলৈ বাধ্য কৰোৱা সেই ছোৱালীহঁত ক'লৈ গুচি গৈছিল ?? হৰিজন শ্ৰমিকসকলক একপ্ৰকাৰ মৃত্যমুখলৈ ঠেলি দিয়াৰ আঁৰত থকা প্ৰতাৰক আচলতে কোন ?? চিকমিকাই থকা তৰোৱাল লৈ শাস্ত্ৰীৰ ঘৰত হঠাতে উপস্থিত হোৱা ক'লা হটঙা মানুহটোৰ সন্মুখত শাস্ত্ৰী জীৱন্ত হৈ বাচি গৈছিলনে ?? বহু বিক্ষিপ্ত ঘটনাৰ সাক্ষী "মামৰে ধৰা তৰোৱালে" আপোনাক লৈ যাব সেই সময়ছোৱালৈ, সেই ঠাইডোখৰলৈ, এইখন দেশৰে যি এক নিৰ্মম বাস্তৱ ।

© 2021 Storyside IN (Audiobook): 9789353987916

Release date

Audiobook: 12 March 2021

Others also enjoyed ...

  1. Bengsota
    Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  2. Edinor Diary
    Edinor Diary হোমেন বৰগোহাঞি
  3. Rajanigandhar Sokulu
    Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  4. Cotton College
    Cotton College নবীন বৰুৱা
  5. Nayantora Aru Egharota Golpo
    Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  6. Aghari Aatmar Kahini
    Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  7. Xurujmukhir Swopno
    Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  8. Nil Prajapati
    Nil Prajapati অনুৰাধা শৰ্মা পূজাৰী
  9. Felani
    Felani অৰূপা পটংগীয়া কলিতা
  10. Samiyaana
    Samiyaana মণিকুন্তলা ভট্টাচাৰ্য
  11. Suwa Pitambor Shyamboron Megh Ure
    Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  12. Ostoraag
    Ostoraag হোমেন বৰগোহাঞি
  13. Moi Desdimona Hobo Khuju
    Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  14. Pita-Putra
    Pita-Putra হোমেন বৰগোহাঞি
  15. Adhalekha Dostabez
    Adhalekha Dostabez Mamoni Raisom Goswami
  16. Xaudor Puteke Naau Meli Jai
    Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  17. Jokhmi Jatri
    Jokhmi Jatri মামণি ৰয়ছম গোস্বামী
  18. Puwotir Jonak Aru Ek Cup Saah
    Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  19. Nixiddho Obhixaar
    Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  20. Ejon Iswarar Sandhanat
    Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  21. Daxorothir Khuj
    Daxorothir Khuj মামণি ৰয়ছম গোস্বামী
  22. Kanchon
    Kanchon অনুৰাধা শৰ্মা পূজাৰী
  23. Aagontuk
    Aagontuk হৰেকৃষ্ণ ডেকা
  24. Halodhiya Soraye Baudhan Khai
    Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  25. Kaal Gohbor
    Kaal Gohbor ৰঞ্জু হাজৰিকা
  26. Aakrux
    Aakrux ৰঞ্জু হাজৰিকা
  27. Xubala
    Xubala হোমেন বৰগোহাঞি
  28. Chinnomostar Manuhtu
    Chinnomostar Manuhtu মামণি ৰয়ছম গোস্বামী
  29. Timir Tirtha
    Timir Tirtha হোমেন বৰগোহাঞি
  30. Neelar Karone Olop Bhalpuwa
    Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  31. Sita
    Sita আমিশ ত্ৰিপাঠী
  32. Aatmanuxondhan
    Aatmanuxondhan হোমেন বৰগোহাঞি
  33. Julu
    Julu ৰঞ্জু হাজৰিকা
  34. Ishworir Prem Aru Xongxoy
    Ishworir Prem Aru Xongxoy মামণি ৰয়ছম গোস্বামী
  35. Xorilot Ekura Jui
    Xorilot Ekura Jui চৈয়দ আব্দুল মালিক
  36. Udoibhanur Soritro
    Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  37. Bhut bongola
    Bhut bongola ৰঞ্জু হাজৰিকা
  38. Jolokonya
    Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  39. Mriganabhi
    Mriganabhi অৰূপা পটংগীয়া কলিতা
  40. Xongskar
    Xongskar মামণি ৰয়ছম গোস্বামী
  41. Pas Sotalor Kathakata
    Pas Sotalor Kathakata অৰূপা পটংগীয়া কলিতা
  42. Puwoti Tora
    Puwoti Tora কাঞ্চন বৰুৱা
  43. Mariam Austin Athaba Hira Baruah
    Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  44. Jiya Jurir Ghat
    Jiya Jurir Ghat চৈয়দ আব্দুল মালিক
  45. Tejor Tolor Pokhilar Mukh
    Tejor Tolor Pokhilar Mukh অনামিকা বৰা
  46. Juwair xadhu
    Juwair xadhu Lakshminath Bezbaruah
  47. Mur Hridoy Ekhon Juddhakhetra
    Mur Hridoy Ekhon Juddhakhetra হোমেন বৰগোহাঞি
  48. Moitsyogondha
    Moitsyogondha হোমেন বৰগোহাঞি
  49. Ruptirthor Jatri
    Ruptirthor Jatri চৈয়দ আব্দুল মালিক