Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for Ayananta
4 Ratings

5

Duration
11H 22min
Language
Assamese
Format
Category

Fiction

ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাৰ উপন্যাস মানেই একোটা সময়ৰ,একোখন সমাজৰ জীয়া ছবি।তেখেতৰ প্ৰথম উপন্যাস 'অয়নান্ত'ত বৰ্ণিত হৈছে প্ৰাক স্বাধীনতা কালৰ অসমীয়া সমাজৰ সংস্কাৰ,তথাকথিত আভিজাত্যৰ ফোঁপোলা স্বৰূপ,সেই সমাজত নাৰীৰ স্থান আৰু সংঘাতৰ মাজেৰে নাৰীৰ মানসিক চেতনাৰ উত্তৰণৰ এখন ছবি।'বীণা' চৰিত্ৰটিৰ মাজেৰে নাৰীৰ সামাজিক তথা মানসিক উত্তৰণৰ যি যাত্ৰা ঔপন্যাসিকে দাঙি ধৰিবলৈ যত্ন কৰিছে,সেই যাত্ৰা অব্যাহত থাকিব, নে 'দড়ীয়া গোঁসাই'ৰ শংকা সঁচা হ'ব!এটা নিৰ্দিষ্ট সময়ৰ পাছত 'বীণা'ৰ হেঁপাহকো বান্ধি পেলোৱা হ'ব নেকি প্ৰচলিত সমাজৰ নিয়মৰ শিকলিৰে।কি কৰিব 'বীণা'ই! পাৰিবনে সামাজিক নিয়মক একাষৰীয়া কৰি আগবাঢ়িব! জানিবলৈ শুনক ষ্টৰীটেলত সাহিত্য অকাডেমী বঁটা বিজয়ী ঔপন্যাসিক অৰূপা পটংগীয়া কলিতাৰ উপন্যাস 'অয়নান্ত'।

© 2021 Storyside IN (Audiobook): 9789354345449

Release date

Audiobook: 9 August 2021

Others also enjoyed ...