Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for Sita
1 Ratings

5

Duration
15H 51min
Language
Assamese
Format
Category

Fantasy

মিথিলাৰ ৰজা জনক আৰু ৰাণী বসুমতীয়ে যজ্ঞভূমিত হাল বাওঁতে সীৰলুত পোৱা পালিতা কন্যা, ৰামায়ণ মহাকাব্যৰ মূল নায়িকা 'সীতা'ক বৰ্তমান সময়ৰ আটাইতকৈ জনপ্ৰিয় লেখক আমিশ ত্ৰিপাঠীয়ে এক অনন্য ৰূপত পৰিৱেশন কৰিছে তেখেতৰ ৫৫ লাখতকৈয়ে বেছি বিক্ৰী হোৱা গ্ৰন্থ 'সীতা : মিথিলাৰ যোদ্ধা'ত৷ 'সীতা : মিথিলাৰ যোদ্ধা' আমিশৰ ৰামচন্দ্ৰ ত্ৰয়োবৃত্তৰ দ্বিতীয়খন গ্ৰন্থ৷ ৩৪০০ খ্ৰীষ্টপূৰ্ব ভাৰতবৰ্ষলৈ বৰ্তমানৰ লেখকে আমাক লৈ গৈছে, যেতিয়া ভাৰতবৰ্ষখনক সকলো ফালৰ পৰা ঘেৰি লৈছিল বিভাজন, অসন্তুষ্টি আৰু দৰিদ্ৰতাই৷ ৰাক্ষসপতি লংকাৰ অধীশ্বৰ ৰাৱণে সপ্তসিন্ধুৰ এই বিভাজন, অৰাজনতাৰ সুযোগ ল’বলৈ অপেক্ষা কৰি আছিল৷ এনে সময়তে সপ্তসিন্ধুৰ দুই জনহিতকাৰী জাতিয়ে হাত মিলালে ভাৰতবৰ্ষৰ বৃহত্তৰ কল্যাণৰ বাবে৷ তেওঁলোকে সন্মিলিতভাবে সন্ধান কৰিছিল এজন ত্ৰাণকৰ্তাৰ–এজন অৱতাৰৰ– এজন বিষ্ণুৰ৷ দুটা জাতিৰ সন্মিলিত প্ৰয়াসে ফল ধৰিছিল -মিথিলাৰ দৰে এখন অখ্যাত আৰু শক্তিহীন ৰাজ্যৰ ৰাজকন্যাক তেওঁলোকে নিৰ্বাচন কৰিছিল পৰৱৰ্তী বিষ্ণু ৰূপে৷ সীতাৰ স্বয়ম্বৰ আৰু শক্তিশালী অযোধ্যাৰ ৰাজকুমাৰ ৰামৰ দ্বাৰা সীতাৰ পাণিগ্ৰহণে তেওঁলোকৰ নিৰ্বাচন শুদ্ধতাকে পুনৰবাৰ প্ৰমাণ কৰিলে৷ পাছৰ কাহিনীখিনি সকলোৰে জ্ঞাত হোৱা সত্ত্বেও সীতাৰ বাল্যকালৰ বৰ্ণনা, য’ত মূল বাল্মীকিৰ ৰামায়ণো আনবোৰ ৰামায়ণবোৰৰ দৰেই নিমাত, আধুনিক মহাকাব্যিক লেখক আমিশৰ কলমত জীৱন্ত আৰু Cinematic হৈ উঠিছে।৷ জনপ্ৰিয় ইংৰাজী প্ৰবাদটোক অলপ সলনি কৰি ক’ব পাৰি Hearing is believing- শুনিলেহে বিশ্বাস কৰিব পাৰি৷ আহকচোন শুনো আৰু আমিশৰ যাদুকৰী বৰ্ণনাক বিশ্বাস কৰোঁ৷

© 2021 Storyside IN (Audiobook): 9789354835933

Translators: বিজিত বৰঠাকুৰ

Release date

Audiobook: 25 December 2021

Others also enjoyed ...

  1. Samayar Pristha
    Samayar Pristha অনুৰাধা শৰ্মা পূজাৰী
  2. Lingomukto Prithibir Xadhu Eta
    Lingomukto Prithibir Xadhu Eta অপূৰ্ব কুমাৰ শইকীয়া
  3. Bondho Ghoror Khiriki
    Bondho Ghoror Khiriki মণিকুন্তলা ভট্টাচাৰ্য
  4. Priya Manuh Priya Katha
    Priya Manuh Priya Katha অনুৰাধা শৰ্মা পূজাৰী
  5. Aakrux
    Aakrux ৰঞ্জু হাজৰিকা
  6. Big Bazar
    Big Bazar মনালিছা শইকীয়া
  7. Putaputoni
    Putaputoni মৃদুল শৰ্মা
  8. Cubicle Mate
    Cubicle Mate পাপলু চেতিয়া
  9. Ishu
    Ishu মণিকুন্তলা ভট্টাচাৰ্য
  10. Dhunda
    Dhunda অপূৰ্ব শৰ্মা
  11. Stobdho Oronyo
    Stobdho Oronyo ৰঞ্জু হাজৰিকা
  12. Prem Omritor Nodi
    Prem Omritor Nodi চৈয়দ আব্দুল মালিক
  13. Punor Jonom loi Tejimolai
    Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  14. Ejon Kobir Mrityu Aru Ejupa Baromohiya Aam
    Ejon Kobir Mrityu Aru Ejupa Baromohiya Aam অপূৰ্ব শৰ্মা
  15. Gohin bonor phul
    Gohin bonor phul ৰঞ্জু হাজৰিকা
  16. Odrisyo Xondhan
    Odrisyo Xondhan ৰঞ্জু হাজৰিকা
  17. Ishworir Prem Aru Xongxoy
    Ishworir Prem Aru Xongxoy মামণি ৰয়ছম গোস্বামী
  18. Olop Chinta Olop Godyo
    Olop Chinta Olop Godyo অনুৰাধা শৰ্মা পূজাৰী
  19. Tejor Tolor Pokhilar Mukh
    Tejor Tolor Pokhilar Mukh অনামিকা বৰা
  20. Mrigotrishna
    Mrigotrishna কাঞ্চন বৰুৱা
  21. Dharma
    Dharma আমিশ ত্ৰিপাঠী
  22. Jolotorongor Sur
    Jolotorongor Sur অৰূপা পটংগীয়া কলিতা
  23. Puwoti Tora
    Puwoti Tora কাঞ্চন বৰুৱা
  24. Jolokonya
    Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  25. Julu
    Julu ৰঞ্জু হাজৰিকা
  26. Buddhajaya
    Buddhajaya গীতালি বৰা
  27. Kollolini
    Kollolini আৰাধনা গোস্বামী
  28. Burhatue Kole
    Burhatue Kole মণিকা দেৱী
  29. Khyudhatur Xogun
    Khyudhatur Xogun ৰঞ্জু হাজৰিকা
  30. Ram
    Ram আমিশ ত্ৰিপাঠী
  31. Madhuxala
    Madhuxala সৌমিত্ৰ যোগী
  32. Eta boli manuh
    Eta boli manuh লক্ষ্মীনাথ বেজবৰুৱা
  33. Mriganabhi
    Mriganabhi অৰূপা পটংগীয়া কলিতা
  34. Chenabor Xut
    Chenabor Xut মামণি ৰয়ছম গোস্বামী
  35. Duronto dosyu
    Duronto dosyu ৰঞ্জু হাজৰিকা
  36. Xoindhya
    Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  37. Jiya Jurir Ghat
    Jiya Jurir Ghat চৈয়দ আব্দুল মালিক
  38. Mur Hridoy Ekhon Juddhakhetra
    Mur Hridoy Ekhon Juddhakhetra হোমেন বৰগোহাঞি
  39. Aatmanuxondhan
    Aatmanuxondhan হোমেন বৰগোহাঞি
  40. Mukhagni
    Mukhagni ভৃংগেশ্বৰ শৰ্মা
  41. Kaal Gohbor
    Kaal Gohbor ৰঞ্জু হাজৰিকা