Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for Ram
1 Ratings

4

Duration
15H 50min
Language
Assamese
Format
Category

Fantasy

ৰাম কোন? ৰামৰ জন্মকাহিনী কি আৰু কেনেকৈ হৈছিল ৰামৰ নামাকৰণ? মহাকাব্যিক চৰিত্ৰ ৰামৰ এক ব্যতিক্ৰমী উপস্থাপন। এই ৰাম জন্মলগ্নৰে পৰা দশৰথৰ প্ৰিয় পুত্ৰ ৰাম নহয়। এই ৰাম অন্য এজন ৰাম, যাৰ মূৰৰ ওপৰত পিতৃৰ আৰ্শীবাদৰ হাতখন নাছিল। এই ৰাম সেইজন হয়, যাক পিতৃয়ে অযোধ্যাৰ বাবে অভিশপ্ত বুলি বিবেচনা কৰিছিল। কিন্তু এই অভিশপ্ত বুলি বিবেচিত ৰামেই পিছলৈ হৈ পৰিছিল পিতৃৰ প্ৰিয়ভাজন প্ৰিয় পুত্ৰ ৰাম। কিন্তু কেনেকৈ? কেনে আছিল ভাতৃসকলৰ সৈতে ৰামৰ সম্পৰ্ক? ৰাম, লক্ষ্মণ, ভৰত, শত্ৰুঘ্ন। ৰামায়ণৰ এই চাৰি ৰাজকুমাৰৰ স্বভাৱ চৰিত্ৰ জীৱন শৈলী কেনে আছিল? মহৰ্ষি বশিষ্ঠৰ তত্বাৱধানত শিক্ষা গ্ৰহণ কৰা চাৰি ভাতৃৰ মাজৰ পৰা ৰাম আৰু লক্ষ্মণকে কিয় বিশ্বামিত্ৰই নিজৰ সৈতে লৈ গৈছিল। এইয়া কেৱল শত্ৰু নিধনৰ বাবেই আছিল নে? নে ইয়াৰ আঁৰত লুকাই আছিল অন্য বহু কথা? সীতাৰ প্ৰেমত পৰিছিল ৰাম প্ৰথম দেখাতেই। আৰু সেইবাবেই অংশ গ্ৰহণ কৰিছিল সীতাৰ সয়ম্বৰত। কিন্তু তাৰ মাজত কেনেকৈ ওলালহি লংকাৰ অধিপতি ৰাৱণ ? ৰাৱণৰ ওপৰত ৰামৰ ক্ষোভৰ কাৰণ কি? কি কাৰণত কৈকেয়ীয়ে ৰামক বনবাস দিছিল ? মন্থৰাৰ জীয়েক ৰশ্মি। কিন্তু সেই ৰশ্মি আছিল চাৰি ভাই ককাইৰ প্ৰিয় ৰাখি ভগ্নী। আৰু এদিন বৰ নৃশংসভাৱে ৰশ্মিক দুৰ্বৃত্তই হত্যা কৰিলে? সেই হত্যাকাৰী কোন? উপযুক্ত শাস্তি পালে নে হত্যাকাৰীয়ে? ৰামৰ প্ৰতি মন্থৰাৰ শত্ৰুতাৰ কাৰণ কি? সম্পূৰ্ণ নতুন সোৱাদেৰে, এক বেলেগ দৃষ্টিকোণৰ পৰা ৰচিত উপন্যাস ৰাম। কি আছে ৰামত? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক দৰদী পাটৰে অসমীয়া ভাষান্তৰ কৰা আমিশ ত্ৰিপাঠীৰ ৰামচন্দ্ৰ ছিৰিজৰ প্ৰথমখন উপন্যাস "ৰাম"। পাঠ কৰিছে জনপ্ৰিয় radio personality আৰ.জে. তৰুণে।

© 2021 Storyside IN (Audiobook): 9789354835858

Translators: দৰদী পাটৰ

Release date

Audiobook: 25 December 2021

Others also enjoyed ...

  1. Buddhajaya
    Buddhajaya গীতালি বৰা
  2. Samayar Pristha
    Samayar Pristha অনুৰাধা শৰ্মা পূজাৰী
  3. Sita
    Sita আমিশ ত্ৰিপাঠী
  4. Priya Manuh Priya Katha
    Priya Manuh Priya Katha অনুৰাধা শৰ্মা পূজাৰী
  5. Prem Omritor Nodi
    Prem Omritor Nodi চৈয়দ আব্দুল মালিক
  6. Kukurikona
    Kukurikona লক্ষ্মীনাথ বেজবৰুৱা
  7. Eta Dweep Xaatta Kobor
    Eta Dweep Xaatta Kobor ৰঞ্জু হাজৰিকা
  8. Eta boli manuh
    Eta boli manuh লক্ষ্মীনাথ বেজবৰুৱা
  9. Teulukor Xomosya
    Teulukor Xomosya অপূৰ্ব শৰ্মা
  10. Kanchoni
    Kanchoni লক্ষ্মীনাথ বেজবৰুৱা
  11. Prabandha
    Prabandha মামণি ৰয়ছম গোস্বামী
  12. Lingomukto Prithibir Xadhu Eta
    Lingomukto Prithibir Xadhu Eta অপূৰ্ব কুমাৰ শইকীয়া
  13. Jordogob rojar upakhyan
    Jordogob rojar upakhyan লক্ষ্মীনাথ বেজবৰুৱা
  14. Julu
    Julu ৰঞ্জু হাজৰিকা
  15. Mure Puwa Sur Kore Haat Jur
    Mure Puwa Sur Kore Haat Jur মণিকা দেৱী
  16. Chenabor Xut
    Chenabor Xut মামণি ৰয়ছম গোস্বামী
  17. Bondho Ghoror Khiriki
    Bondho Ghoror Khiriki মণিকুন্তলা ভট্টাচাৰ্য
  18. Stobdho Oronyo
    Stobdho Oronyo ৰঞ্জু হাজৰিকা
  19. Xuborno Boloy
    Xuborno Boloy কাঞ্চন বৰুৱা
  20. Jolotorongor Sur
    Jolotorongor Sur অৰূপা পটংগীয়া কলিতা
  21. Autograph
    Autograph অনুৰাধা শৰ্মা পূজাৰী
  22. Punor Jonom loi Tejimolai
    Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  23. Dharma
    Dharma আমিশ ত্ৰিপাঠী
  24. Panir Ei Jeebon Nilpobon
    Panir Ei Jeebon Nilpobon মনালিছা শইকীয়া
  25. Mrigotrishna
    Mrigotrishna কাঞ্চন বৰুৱা
  26. Thauliplingok Manuhe Pahori Pelaise
    Thauliplingok Manuhe Pahori Pelaise বিপাশা বৰা
  27. Andulito Akash
    Andulito Akash মনালিছা শইকীয়া
  28. Olop Chinta Olop Godyo
    Olop Chinta Olop Godyo অনুৰাধা শৰ্মা পূজাৰী
  29. Ejon Kobir Mrityu Aru Ejupa Baromohiya Aam
    Ejon Kobir Mrityu Aru Ejupa Baromohiya Aam অপূৰ্ব শৰ্মা
  30. Orgol Khula, Priyomboda
    Orgol Khula, Priyomboda গীতালি বৰা
  31. Xurongor majere
    Xurongor majere ৰঞ্জু হাজৰিকা
  32. Putaputoni
    Putaputoni মৃদুল শৰ্মা
  33. Odhom Keetor Dongxon
    Odhom Keetor Dongxon ৰঞ্জু হাজৰিকা
  34. Madhuxala
    Madhuxala সৌমিত্ৰ যোগী
  35. Bola Beduin
    Bola Beduin দিব্যজ্যোতি বৰা
  36. Gohin bonor phul
    Gohin bonor phul ৰঞ্জু হাজৰিকা
  37. Krishno Gohboror Pora Uddharor Baat
    Krishno Gohboror Pora Uddharor Baat অপূৰ্ব শৰ্মা
  38. Xex Dour
    Xex Dour অপূৰ্ব শৰ্মা
  39. Dhunda
    Dhunda অপূৰ্ব শৰ্মা
  40. Doriyoli
    Doriyoli গীতালি বৰা
  41. Dighol thengiya
    Dighol thengiya লক্ষ্মীনাথ বেজবৰুৱা
  42. Ishu
    Ishu মণিকুন্তলা ভট্টাচাৰ্য
  43. Xoityo-Xujyo
    Xoityo-Xujyo গীতালি বৰা
  44. Xobyoxasi
    Xobyoxasi ৰঞ্জু হাজৰিকা
  45. Dr. Arunabhor Oxompurno Jeeboni
    Dr. Arunabhor Oxompurno Jeeboni চৈয়দ আব্দুল মালিক
  46. Panexoi
    Panexoi লক্ষ্মীনাথ বেজবৰুৱা
  47. Eta Ghoruwa Kahini
    Eta Ghoruwa Kahini অপূৰ্ব শৰ্মা
  48. Dui budhiyok
    Dui budhiyok লক্ষ্মীনাথ বেজবৰুৱা
  49. Gongatup
    Gongatup লক্ষ্মীনাথ বেজবৰুৱা