Milleniumor Sapon
- Authors
- Narrators
- Publisher
- Duration
- 10H 20min
- Language
- Assamese
- Format
- Category
Fiction
এইটি কাৰ দ'ল ৰজাৰ দ'ল ভাঙিম নে নেভাঙিম নেভাঙিবা ককা, আইতা, মামা, দেউতাৰ লগত সোণকণৰ হাত লগাই সোণকণে তাৰ পচন্দৰ খেল খেলে। নেভাঙিবলৈ কোৱা সোণকণৰ দ'লটো ভাঙি যায়। কলী ঔ, বগী ঔ ঢেকেচ। ঠিক একে দ'ল ভঙা গঢ়াৰ আন এখন বিভৎস খেল। মন্দিৰৰ ভিতৰৰ কালী মূৰ্তি জ্বলি উঠে দাও দাওকৈ। নামঘৰৰ মণিকূটত যদি গৰুৰ মাংস, মছজিদত আকৌ কাছৰ মাংস। এনেকৈয়ে চলি থাকে কিছুমান বিভৎস কাৰবাৰ। দ'ল ভঙা গঢ়াৰ খেল। কিন্তু তাৰ মাজত কি হ'ল সোণকণৰ খেলখনৰ?
কমলা কুঁৱৰী, ৰজাৰ কুঁৱৰী পানীৰে শেতেলীত শুবি মোৰ কুঁৱৰী পানীৰে শেতেলীত শুবি পানীৰে গালিচা পাৰি দিম কুঁৱৰী পানীৰে বৈ দিম সাজে কিংখাপৰে কুটিল ৰাজনীতি, নৃশংসতা, ঈৰ্ষাৰ বলি সৌ তাহানিৰ কমলা কুঁৱৰী। আৰু বৰ্তমানৰ কমলা কুঁৱৰী মুনুৰ মাক।
অসমৰ ৰাজনীতি, সামাজিক, অৰ্থনৈতিক প্ৰেক্ষাপটত ৰচিত এমুঠি গল্প। প্ৰতিটো গল্পই বহন কৰিছে এক নিদিষ্ট সময়ৰ ৰাজনৈতিক কুটিলতাৰ চিন, দৰিদ্ৰতাৰ কৰাল গ্ৰাসত পৰি ৰোৱা এমুঠি যন্ত্ৰণাকাতৰ জীৱনৰ গাঁথা। কি আছে এই গল্প সমূহত? জানিবলৈ শুনক জনপ্ৰিয় সাহিত্যিক অৰূপা পটঙ্গীয়া কলিতাৰ গল্প সংকলন "মিলেনিয়ামৰ সপোন"।
© 2021 Storyside IN (Audiobook): 9789354345807
Release date
Audiobook: 29 August 2021
Others also enjoyed ...
- Darpasurna Premnarayan Dutta
- Biponno bismoy khel ৰঞ্জু হাজৰিকা
- Gohin bonor phul ৰঞ্জু হাজৰিকা
- Nishith trishna ৰঞ্জু হাজৰিকা
- Olop Chinta Olop Godyo অনুৰাধা শৰ্মা পূজাৰী
- Rohosyomoyee ৰঞ্জু হাজৰিকা
- Xurongor majere ৰঞ্জু হাজৰিকা
- Xobyoxasi ৰঞ্জু হাজৰিকা
- Biplabi Bahini Premnarayan Dutta
- Klanto juddha ৰঞ্জু হাজৰিকা
- Osin dweep oxanto xagor oboruddho prem ৰঞ্জু হাজৰিকা
- Punor Jonom loi Tejimolai মনালিছা শইকীয়া
- Stobdho Oronyo ৰঞ্জু হাজৰিকা
- Gupon kaitor aasur ৰঞ্জু হাজৰিকা
- Odrisyo Xondhan ৰঞ্জু হাজৰিকা
- Morubhumit Menoka aru Onyanyo অৰূপা পটংগীয়া কলিতা
- Jibonto mritok ৰঞ্জু হাজৰিকা
- Dhunda অপূৰ্ব শৰ্মা
- Bixkumbho ৰঞ্জু হাজৰিকা
- Xoityoban Dur Hoi Najaba মনালিছা শইকীয়া
- Budhiyok xiyal লক্ষ্মীনাথ বেজবৰুৱা
- Jononi Mur Duhita ৰঞ্জু হাজৰিকা
- Xunar Pahar Premnarayan Dutta
- Duronto dosyu ৰঞ্জু হাজৰিকা
- Balukat Biyali Bela শৰ্মিষ্ঠা প্ৰীতম
- Burhatue Kole মণিকা দেৱী
- Mrutyunjay Bhag 1 - Karn Shivaji Sawant
- Shriman Yogi Ranjit Desai
- URAKKAPPISHACH: ഉറക്കപ്പിശാച് S P SARATH
- October Junction Divya Prakash Dubey
- Yugandhar Shivaji Sawant
- Chhava Prakaran 1 Shivaji Sawant
- Kanthamalacharitham Vishnu M C
- Gunahon ka Devta Dharmveer Bharti
- Harry Potter and the Philosopher's Stone J.K. Rowling
- Francis Itticora T D Ramakrishnan
- Ravan Raja Rakshsancha Sharad Tandale
- Bangarwadi Vyankatesh Madgulkar
- Ikigai: The Japanese Secret to a Long and Happy Life Francesc Miralles, Hector Garcia
- Lok Maze Sangati Sharad Pawar
- The Secret Rhonda Byrne
