Step into an infinite world of stories
Listen and read as much as you want
Over 400 000+ titles
Bestsellers in 10+ Indian languages
Exclusive titles + Storytel Originals
Easy to cancel anytime
মৰিবলৈ বুলি ঘৰৰ পৰা মনে মনে ওলাই যায় বুঢ়া-বুঢ়ী। কিন্তু এৰো বুলিয়েই এৰি দিব পাৰি নে মায়াৰ বান্ধ? বাৰীৰ চুকত তাহানিৰে পৰা শুই থকা কণমানি জীয়েকলৈ চাই বুঢ়ীৰ মনলৈ উভতি আহে পুৰণি হোৱা বহুত কথা। মৰণ সহজ নহয় অথচ কিমান সহজ! আৰু তথাপিও, মৰিব পাৰিব জানো বুঢ়া-বুঢ়ী? আহক শুনোঁ মণিকা দেৱীৰ 'বুঢ়াটোৱে ক'লে'।
© 2021 Storyside IN (Audiobook): 9789353987633
Release date
Audiobook: 15 January 2021
