Aakrux ৰঞ্জু হাজৰিকা
বিভিন্ন পটভূমিক কেন্দ্ৰ কৰি লিখা এমুঠি গল্প। প্ৰতিটো গল্পই কঢ়িয়াই লৈ ফুৰে এটা অভিমানী মন। সৰল কিন্তু চিন্তাৰ উদ্ৰেককাৰী গল্পকেইটাই অনুভৱ কৰাই যায় এই অভিমানী মনটোৰ। বুকুৰ কোণত বাজি উঠে বিষাদভৰা বাঁহীৰ সুৰ এটা। সেই সুৰে কৈ যাব খোজে বহু কথাই । সেই কথাৰ মাজতে বিচাৰি পাব আপোনাক, মোক বা আমাৰ দৰে হাজাৰজনক। ১১ টা ভিন্নস্বাদৰ গল্প। এই গল্প সমূহৰ ভিতৰত কি আছে জানিবলৈ "ষ্টৰীটেল" যোগে শুনক মনালিছা শইকীয়াৰ ২০০৪ বৰ্ষৰ মুনীন বৰকটকী বঁটা প্ৰাপ্ত গল্প সংকলন "পুনৰ জনম লৈ তেজীমলাই"।
© 2021 Storyside IN (Audiobook): 9789353987596
Release date
Audiobook: 10 April 2021