Eta boli manuh লক্ষ্মীনাথ বেজবৰুৱা
ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ অন্যতম জনপ্ৰিয় উপন্যাস 'এটা দ্বীপ সাতটা কবৰ'। এখন পথভ্ৰষ্ট জাহাজ আৰু এটা দ্বীপত আবদ্ধ হৈ পৰা সাতজন যাত্ৰী।ঘৰৰ স্বপ্নত দিন অতিবাহিত কৰা ফ্ৰাৰ্নি, আৰনিছ, কেম্পবেল, ড. ট্ৰেন ইত্যাদি যাত্ৰীসকলে অকলশৰীয়া দ্বীপটোত গাৰ নোম শিয়ৰি উঠা কিছু অভিজ্ঞতাৰ মুখামুখি হবলগাত পৰে। তেওঁলোক জীয়াই থাকিব নে? আহক শুনোঁ বেদান্ত কুমাৰ শৰ্মাৰ কণ্ঠত।
© 2021 Storyside IN (Audiobook): 9789353987954
Release date
Audiobook: 15 January 2021