Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for The Oath of The Vayuputras

The Oath of The Vayuputras

3 Ratings

3.7

Duration
23H 1min
Language
Assamese
Format
Category

Fantasy

"আমিশ ত্ৰিপাঠী ভাৰতৰ প্ৰথম জন তাৰকা সাহিত্যিক"- কথাষাৰ কৈছে এজন বিশ্ববিখ্যাত তাৰকা চলচ্চিত্ৰ নিৰ্মাতা/পৰিচালক শেখৰ কাপুৰে আৰু কথাষাৰ উলেখ কৰা হৈছে "দ্য অ'থ অৱ দ্য বায়ুপুত্ৰয" গ্ৰন্থ খনৰ বেটুপাতত। শ্ৰোতাই গ্ৰন্থখনি শ্ৰৱণ কৰি উঠি অনুভৱ কৰিব যে শেখৰ কাপুৰ মহোদয়ে কথাষাৰ এনেই কোৱা নাই । শিৱ পূৰাণ সদৃশ আদর্শস্বৰূপ এই গ্ৰন্থখনিয়ে হৃদয় প্ৰদেশ আলোড়িত কৰি তোলে অৰ্থাৎ আত্মাৰ গভীৰতম প্ৰদেশ উন্মোচিত কৰে। বৰ্ণনাশৈলীয়ে পঢ়িবলৈ আৰু শ্ৰৱণ কৰিবলৈ উদ্বুদ্ধ কৰি তোলা এই গ্ৰন্থখনিৰ প্ৰতিটো পৃষ্ঠাতেই শিহৰণকাৰী সংঘৰ্ষৰ বিৱৰণ যত শিৱ,সতী,গণেশ,কালী, কাৰ্তিক, পৰশুৰাম আৰু নন্দীৰ দৰে যোদ্ধাৰ সমাবেশ আৰু তেওঁলোকৰ ৰণকৌশল। বীৰ ৰসে প্ৰাধান্য পোৱা গ্ৰন্থ খনিত সমান্তৰাল ভাৱে আছে শৃংগাৰ ৰসৰো পয়োভৰ, যি সৃষ্টি হৈছে শিৱ আৰু সতীৰ প্ৰেমময় মিলনৰ মুহূৰ্ত বোৰত। ষ্টৰীটেলৰ এই বিশেষ প্ৰস্তুতিত এইবাৰ 'দ্য অ'থ অব্ দ্য বায়ুপুত্ৰয' শুনক অডিঅ'বুকৰ ৰূপত।

© 2021 Storyside IN (Audiobook): 9789354836251

Release date

Audiobook: 15 October 2021

Others also enjoyed ...

  1. Oxaanto Prohor
    Oxaanto Prohor কাঞ্চন বৰুৱা
  2. Mahogani Kathor Pera
    Mahogani Kathor Pera Nandita Devi
  3. Xorobjaan
    Xorobjaan লক্ষ্মীনাথ বেজবৰুৱা
  4. Raavan
    Raavan আমিশ ত্ৰিপাঠী
  5. Aariwa
    Aariwa অনুৰাধা দত্ত
  6. Eta xingora maasor kotha
    Eta xingora maasor kotha লক্ষ্মীনাথ বেজবৰুৱা
  7. Suwa Pitambor Shyamboron Megh Ure
    Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  8. Theng Fakhri Tahsildaror Taamor Toruwal
    Theng Fakhri Tahsildaror Taamor Toruwal মামণি ৰয়ছম গোস্বামী
  9. Arundhati
    Arundhati মণিকুন্তলা ভট্টাচাৰ্য
  10. Luptokotha
    Luptokotha মৃদুল শৰ্মা
  11. Borduwani
    Borduwani মণিকুন্তলা ভট্টাচাৰ্য
  12. Mariam Austin Athaba Hira Baruah
    Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  13. Rothor Sokori Ghure
    Rothor Sokori Ghure চৈয়দ আব্দুল মালিক
  14. Ishworir Prem Aru Xongxoy
    Ishworir Prem Aru Xongxoy মামণি ৰয়ছম গোস্বামী
  15. Ejon Iswarar Sandhanat
    Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  16. Gorokhiya desh
    Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  17. Ayananta
    Ayananta অৰূপা পটংগীয়া কলিতা
  18. Tokora Baahor Sonar Beji
    Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  19. Tejor Tolor Pokhilar Mukh
    Tejor Tolor Pokhilar Mukh অনামিকা বৰা
  20. Xorilot Ekura Jui
    Xorilot Ekura Jui চৈয়দ আব্দুল মালিক
  21. Bengsota
    Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  22. Aji Eku Kaam Nai
    Aji Eku Kaam Nai অপূৰ্ব শৰ্মা
  23. Ruptirthor Jatri
    Ruptirthor Jatri চৈয়দ আব্দুল মালিক
  24. Jokhmi Jatri
    Jokhmi Jatri মামণি ৰয়ছম গোস্বামী
  25. Bikhyuddho Bohni
    Bikhyuddho Bohni ৰঞ্জু হাজৰিকা