Xongxoninaad মনালিছা শইকীয়া
অপুত্ৰক এক বুঢ়া বুঢ়ী। মাছ মাৰোঁতে জাকৈত উঠিল এটা ভেকুলী। বুঢ়াই দিলে আচাৰ মাৰি। ভেকুলীয়ে কৰিলে কাবৌ কোকালি। ইয়াৰ পিছৰ কাহিনী কি? এটা সুন্দৰ পৌৰাণিক সাধু, আহাচোন শুনো আমাৰ সকলোৰে মৰমৰ চেতনা দাস আইতাৰ মাতত!
© 2021 Storyside IN (Audiobook): 9789354341564
Release date
Audiobook: 29 May 2021