Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
7 Ratings

4.3

Duration
5H 54min
Language
Assamese
Format
Category

Fiction

ছৈয়দ আব্দুল মালিক। সঁচাই যেন তেখেত অসমীয়া সাহিত্য জগতখনৰেই "মালিক"! তেখেত স্বপ্নদ্ৰষ্টা। "অঘৰী আত্মাৰ কাহিনী" শীৰ্ষক উপন্যাসখনি মালিকদেৱৰ এক অনুপম সৃষ্টি। মূল চৰিত্ৰ শশাংকই হওক বা অপৰাজিতাই হওক বা মৃগাংকই হওক, এই সকলোৰে সামাজিক একো একোটা সুন্দৰ পৰিচয় থাকিলেও যেন চৰিত্ৰবোৰৰ স্থায়ী আশ্ৰয় নাই। তেওঁলোকৰ আত্মাবোৰ, মনবোৰ যেন অঘৰী। হাবাথুৰি খাই বিচাৰি ফুৰিছে মনৰ আশ্ৰয়কণ, মানসিক শান্তিকণ। একো একোটা মুখা পিন্ধি যেন চৰিত্ৰবোৰে মাথো জীৱনৰ কৰ্তব্য বোৰহে পালন কৰি গৈ আছে। ব্যক্তিগত ইচ্ছা-অনিচ্ছা, আশা-প্ৰত্যাশাবোৰ সমীৰণ, অপৰা, শশাংকহঁতে যেন বহু আগতেই জলাঞ্জলি দিলে। তেওঁলোকৰ আত্মাবোৰ অতৃপ্ত। অঘৰী! "অঘৰী আত্মাৰ কাহিনী"ত ছাঁয়াই নাজানে তাইৰ পিতৃ কোন, মাতৃ কোন। পৰিচয়হীনতাই তাইৰ পৰিচয়! এই গ্লানিৰ ভাৰ সহিব নোৱাৰি তাই স্বেচ্ছাৰেই আঁতৰি গ'ল পৃথিৱীৰ পৰা- তাই আত্মহত্যা কৰিলে। উপন্যাসখনিৰ প্ৰতিটো চৰিত্রই যেন এটি এটি অঘৰী আত্মা।

© 2021 Storyside IN (Audiobook): 9789354349980

Release date

Audiobook: 18 September 2021

Others also enjoyed ...

  1. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  2. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  3. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  4. Xorobjaan লক্ষ্মীনাথ বেজবৰুৱা
  5. Cotton College নবীন বৰুৱা
  6. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  7. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  8. The Secret of the Nagas Amish Tripathi
  9. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  10. Kanchon অনুৰাধা শৰ্মা পূজাৰী
  11. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  12. Cubicle Mate পাপলু চেতিয়া
  13. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  14. Xongskar মামণি ৰয়ছম গোস্বামী
  15. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  16. Mriganabhi অৰূপা পটংগীয়া কলিতা
  17. Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  18. Arnab, Aastha Aru JEC Indranee Sharma
  19. Jiya Jurir Ghat চৈয়দ আব্দুল মালিক
  20. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  21. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  22. Puwoti Tora কাঞ্চন বৰুৱা
  23. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  24. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  25. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  26. Aariwa অনুৰাধা দত্ত
  27. Doriyoli গীতালি বৰা
  28. Buddhajaya গীতালি বৰা
  29. Felani অৰূপা পটংগীয়া কলিতা
  30. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা