3
Biographies
বুদ্ধৰ কাহিনী সকলোৰে জ্ঞাত। কিন্তু বুদ্ধ-পত্নী গৌতমীৰ বিষয়ে কিমানজনে জানে? গৌতমীৰ প্ৰেম, ইচ্ছা, ভালপোৱা, ত্যাগক প্ৰায়েই বু্দ্ধৰ সহধৰ্মিনীৰ জীৱন-অধ্যায় হিচাপে চোৱা যায়। নাৰী গৌতমীৰ জীৱন কেনে আছিল? কেনে আছিল তেওঁৰ ভালপোৱা, ক্ষোভ, হতাশা তথা মুক্তিৰ ৰং? গীতালি বৰাৰ 'বুদ্ধজায়া' গৌতমীৰ সাধু। সিদ্ধাৰ্থৰ পত্নী গৌতমী নহয় বৰঞ্চ নাৰী গৌতমী, ৰাজকন্যা যশোধৰাৰ জীৱনৰ সাধু।
© 2021 Storyside IN (Audiobook): 9789353988104
Release date
Audiobook: 27 April 2021
Tags

Step into an infinite world of stories
Overall rating based on 2 ratings
Download the app to join the conversation and add reviews.
English
India