Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Cover for Suheldev
Duration
15H 1min
Language
Assamese
Format
Category

Non-Fiction

১০২৫ চনত গজনীৰ মামুদে ভাৰত আক্ৰমণৰ কৰাৰ সময়ৰ কথা। তুৰ্কীয়ে সোমনাথ মন্দিৰত ধ্বংসযজ্ঞ আৰম্ভ কৰে। তুৰ্কীৰ আক্ৰমণত নিহত হয় সোমনাথ মন্দিৰৰ সুৰক্ষাৰ দায়িত্বত থকা শ্ৰাৱস্তীৰ যুৱৰাজ মল্লদেৱ। মল্লদেৱ আছিল শ্ৰাৱস্তীৰ মহাৰাজ মংগলধ্বজ আৰু মহাৰাণী বিজয়লক্ষীৰ বৰ পুত্ৰ। মল্লদেৱৰ মৃত্যুৱে ভায়েক সুহেলদেৱৰ মনত সাংঘাটিক আঘাট দিয়ে। তেওঁৰ বাবে অসহনীয় হৈ পৰে তেওঁৰ প্ৰিয় ককায়েক মল্লদেৱৰ মৃত্যু। কিন্তু সেই সময় দুখ কৰি বহি থকাৰ সময় নাছিল। গজনীৰ মামুদৰ নেতৃত্বত তুৰ্কীয়ে ভাৰতত ইতিমধ্যে আৰম্ভ কৰিছিল নৰসংহাৰ। সুহেলদেৱৰ কান্ধত আহি পৰিছিল শ্ৰাৱস্তীৰ ৰক্ষাৰ ভাৰ তথা তুৰ্কী সেনাক নিঃশেষ কৰাৰ দায়িত্ব। কিন্তু স্বাভাৱিকতে চঞ্চল, কোনো কথাকে সেই সময়লৈকে গুৰুত্বপূৰ্ণ বুলি নভবা সুহেলদেৱৰ বাবে আছিল নে সেইয়া সম্ভৱ? সুহেলদেৱৰ গুৰু কাশীনাথৰ সান্ত্বনাবানীয়ে সুহেলদেৱৰ মনৰ দুখ পাতলাব পাৰিছিল নে? কনৌজৰ ৰজা অজিতপালৰ প্ৰতি সুহেলদেৱৰ ক্ষোভৰ কাৰণ কি? অজিতপালৰ ওচৰত অপমানিত হৈ মংগলধ্বজে বা কি কৰিলে? সুহেলদেৱৰ পৰিকল্পনা কি আছিল? সকলো সময়তে সুহেলদেৱৰ আশে পাশে থকা থকা আব্দুল কোন ? তুৰ্কীৰ বিৰুদ্ধে যুঁজ দিবলৈ কেনেকৈ প্ৰস্তুত হৈছিল সুহেলদেৱ বাহিনী। ভাৰতৰ বিভিন্ন স্থানৰ পৰা আহিছিল বিভিন্ন জন। সকলোৰে এটাই লক্ষ্য। তুৰ্কীৰ বিৰুদ্ধে যুঁজ। কিন্তু কেনেকৈ? সুহেলদেৱৰ সৈন্যবলত আছিল আব্দুল, গোবৰ্ধন, তৌষাণী, সংঘমনি, অশ্বঘোষ। ক'ৰ পৰা কেনেদৰে তেওঁলোক সুহেলদেৱৰ লগ হৈছিলহি? তৌষাণীৰ প্ৰতি সুহেলদেৱৰ হৃদয়ত প্ৰেমৰ বীণা বাজিছিল। কিন্তু তৌষাণী আছিল নে সুহেলদেৱৰ প্ৰেয়সী? এজন তুৰ্কী আছলান কেনেকৈ সুহেলদেৱৰ পৰম সুহৃদ হৈ পৰিল। আব্দুল বা সংঘমনিয়ে সন্দেহ কৰা আছলান প্ৰকৃততে আছিল নেকি ছালাৰ মকছুদ? যদি নহয় তেন্তে কিয় মৃত্যুৰ পূৰ্বে অশ্বঘোষে দি গৈছিল সেই ইংগিত। তুৰ্কীৰ ভাৰত আক্ৰমণৰ সময়ত এজন বীৰ যোদ্ধাৰ কথকতা।এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰখ্যাত ঔপন্যাসিক আমিশ ত্ৰিপাঠীৰ ৰচিত, শান্তনু চাংমাইয়ে ভাষান্তৰ কৰা উপন্যাস "সুহেলদেৱ"

© 2022 Storyside IN (Audiobook): 9789355441683

Translators: NA

Release date

Audiobook: 5 September 2022

Others also enjoyed ...

  1. Ramtangun
    Ramtangun Premnarayan Dutta
  2. Bibhisika
    Bibhisika Premnarayan Dutta
  3. Dharma
    Dharma আমিশ ত্ৰিপাঠী
  4. Panir Ei Jeebon Nilpobon
    Panir Ei Jeebon Nilpobon মনালিছা শইকীয়া
  5. Napai Xukhi Ojola Lorar Xadhu
    Napai Xukhi Ojola Lorar Xadhu অপূৰ্ব শৰ্মা
  6. Bola Beduin
    Bola Beduin দিব্যজ্যোতি বৰা
  7. Johor-Mohor
    Johor-Mohor মণিকা দেৱী
  8. Mekurir jiyekor xadhu
    Mekurir jiyekor xadhu লক্ষ্মীনাথ বেজবৰুৱা
  9. Sekur
    Sekur অতনু ভট্টাচাৰ্য
  10. Xongupone Xeujiya
    Xongupone Xeujiya মনালিছা শইকীয়া
  11. Otol gohboror oboxaad
    Otol gohboror oboxaad ৰঞ্জু হাজৰিকা
  12. Krishno Gohboror Pora Uddharor Baat
    Krishno Gohboror Pora Uddharor Baat অপূৰ্ব শৰ্মা
  13. Tora
    Tora মণিকা দেৱী
  14. Bongol Bohu Dur
    Bongol Bohu Dur Nandita Devi
  15. Naridasyu
    Naridasyu Premnarayan Dutta
  16. Baghbondi khela
    Baghbondi khela ৰঞ্জু হাজৰিকা
  17. Balukat Biyali Bela
    Balukat Biyali Bela শৰ্মিষ্ঠা প্ৰীতম
  18. Silonir jiyekor xadhu
    Silonir jiyekor xadhu লক্ষ্মীনাথ বেজবৰুৱা
  19. Jantob
    Jantob ৰঞ্জু হাজৰিকা
  20. Teulukor Xomosya
    Teulukor Xomosya অপূৰ্ব শৰ্মা
  21. Xex Dour
    Xex Dour অপূৰ্ব শৰ্মা
  22. Thikona
    Thikona মণিকা দেৱী
  23. Tezor Obhixaar
    Tezor Obhixaar ৰঞ্জু হাজৰিকা
  24. Xei prem aswadon
    Xei prem aswadon ৰঞ্জু হাজৰিকা
  25. Antahin
    Antahin শৰ্মিষ্ঠা প্ৰীতম
  26. Dusokut tezor khela
    Dusokut tezor khela ৰঞ্জু হাজৰিকা
  27. Tejimolar Maakor Xadhu
    Tejimolar Maakor Xadhu মৃদুল শৰ্মা
  28. Mrityunjayi Bharat
    Mrityunjayi Bharat আমিশ ত্ৰিপাঠী
  29. Biplabi Bahini
    Biplabi Bahini Premnarayan Dutta
  30. Xongxoninaad
    Xongxoninaad মনালিছা শইকীয়া
  31. Ondhotrakh
    Ondhotrakh ৰঞ্জু হাজৰিকা
  32. Paglahawa
    Paglahawa মৃত্যুঞ্জয় মহন্ত