Mukhagni ভৃংগেশ্বৰ শৰ্মা
কাঞ্চনী আৰু তাইৰ গিৰিয়েকৰ সুখৰ সংসাৰ। পিছে কাঞ্চনীৰ ওপৰত পৰিল ৰজাৰ চকু। কাঞ্চনীক পাবলৈ ৰজাই তৰিলে জাল। কিন্তু কাঞ্চনী হ'ল গিৰিয়েকৰ চেনেহৰ এফাল। দুয়ো গিৰিয়েক-ঘৈণীয়েকে পাৰিলে নে ৰজাৰ দায় সাৰিব? আহাচোন সাধুটো শুনো আমাৰ সকলোৰে মৰমৰ চেতনা দাস আইতাৰ মাতত!
© 2021 Storyside IN (Audiobook): 9789354341649
Release date
Audiobook: 29 May 2021