Asimot Jar Heral Sima কাঞ্চন বৰুৱা
Step into an infinite world of stories
কবি অনুপমা বসুমতাৰীৰ জীৱনৰ কিছু ঘটনাৰ আঁত ধৰি নাৰীমনৰ ৰহস্য, প্ৰেম আৰু যৌনতাৰ দিশত আলোকপাত কৰা এখন উপন্যাস নি:সংগতা। ২০০০ চনৰ ডিচেম্বৰ মাহত প্ৰকাশিত হোমেন বৰগোহাঞি ৰচিত এই উপন্যাসখন খুবেই চৰ্চিত। বহুপঠিত এই উপন্যাসখন এইবাৰ এয়া শ্ৰব্য ৰূপত।
© 2021 Storyside IN (Audiobook): 9789353988562
Release date
Audiobook: 10 February 2021
Tags
English
India