Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
2 Ratings

5

Duration
2H 47min
Language
Assamese
Format
Category

Crime

এজন উদীয়মান বিজ্ঞানী মনোজৰ জীৱনত একমাত্ৰ আপোন বুলিবলৈ পত্নী স্মিতা। স্মিতাৰ প্ৰতি মনোজৰ ভালপোৱা প্ৰগাঢ়। কিন্তু হঠাতে সকলো খেলি মেলি হৈ যায় মনোজৰ জীৱনটোত। নিজৰে বন্ধু অনন্তৰ বাহুবন্ধনত পত্নীক দেখাৰ পিছৰে পৰা মনোজে একপ্ৰকাৰৰ মানসিক স্থিৰতা হেৰুৱাই পেলাই। মনোজৰ গুৰু অনিৰুদ্ধ অত্ৰেয়ই এক নতুন আৱিস্কাৰৰ সন্ধানত পৰীক্ষা নিৰীক্ষা চলাই আছিল। যাৰ বাবে তেওঁক গিনিপিগ হিচাপে এজন মানুহৰ দৰকাৰ। পত্নীৰ বিশ্বাসঘাটকতাই মনোজক ইমান বেয়াকৈ দহে যে তেওঁ নিজকে বিজ্ঞানী অত্ৰেয়ৰ পৰীক্ষাৰ গিনিপিগ হ'বলৈ সাজু হয়। বিজ্ঞানী অত্ৰেয়ৰ হাজাৰ বাধাকো নেওচি গিনিপিগ হয় মনোজ। কিন্তু তাৰ পিছতে ঘটনাই নতুন মোৰ লয়। মৃত্যু হয় বিজ্ঞানী অত্ৰেয়ৰ সহিতে আৰু এজন বিজ্ঞানী, দুগৰাকী নাৰ্ছ তথা মনোজৰ বন্ধু বিজ্ঞানী শ্যামলী। কিন্তু কেনেকৈ? কোন সেই হত্যাকাৰী? মনোজৰ কি হ'ল? পত্নীৰ বিশ্বাসঘাটকতাৰ যন্ত্ৰণাক মনোজে পাহৰিব পাৰিলে নে? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ উপন্যাস "বিষকুম্ভ"।

© 2021 Storyside IN (Audiobook): 9789354838972

Release date

Audiobook: 19 October 2021

Others also enjoyed ...

  1. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  2. Xobyoxasi ৰঞ্জু হাজৰিকা
  3. Nosto purux bhrosta nari ৰঞ্জু হাজৰিকা
  4. Mur Hridoy Ekhon Juddhakhetra হোমেন বৰগোহাঞি
  5. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  6. Nil Prajapati অনুৰাধা শৰ্মা পূজাৰী
  7. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  8. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  9. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  10. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  11. Oxaanto Prohor কাঞ্চন বৰুৱা
  12. Nixahot mrityur jontrona ৰঞ্জু হাজৰিকা
  13. Puwoti Tora কাঞ্চন বৰুৱা
  14. Grohonanto কাঞ্চন বৰুৱা
  15. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  16. Aagontuk হৰেকৃষ্ণ ডেকা
  17. Cubicle Mate পাপলু চেতিয়া
  18. Big Bazar মনালিছা শইকীয়া
  19. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  20. Arnab, Aastha Aru JEC Indranee Sharma
  21. Matir Saki চৈয়দ আব্দুল মালিক
  22. Felani অৰূপা পটংগীয়া কলিতা
  23. Xorilot Ekura Jui চৈয়দ আব্দুল মালিক
  24. Aariwa অনুৰাধা দত্ত
  25. Xongskar মামণি ৰয়ছম গোস্বামী
  26. Rang শৰ্মিষ্ঠা প্ৰীতম
  27. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  28. Baahi মণিকুন্তলা ভট্টাচাৰ্য
  29. Timir Tirtha হোমেন বৰগোহাঞি
  30. The Immortals of Meluha Amish Tripathi
  31. Monika Aru Bikrom অপূৰ্ব শৰ্মা
  32. Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  33. Moitsyogondha হোমেন বৰগোহাঞি
  34. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  35. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  36. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  37. Bhut bongola ৰঞ্জু হাজৰিকা
  38. Urmilar Sokulu কাঞ্চন বৰুৱা
  39. Bondho Ghoror Khiriki মণিকুন্তলা ভট্টাচাৰ্য
  40. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  41. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  42. Ratir Kobita চৈয়দ আব্দুল মালিক
  43. Prem Omritor Nodi চৈয়দ আব্দুল মালিক