Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
3 Ratings

3

Duration
5H 6min
Language
Assamese
Format
Category

Fiction

সম্ভ্ৰান্ত পৰিয়ালৰ ৰায়বাহাদুৰ ঘনশ্যাম দেৱ বৰুৱা অসম চৰকাৰৰ এগৰাকী বৰ উচ্চ পদস্থ আৰু সন্মানীয় বিষয়া। চাৰিটা সন্তানেৰে পৰিপূৰ্ণ ৰায়বাহাদুৰৰ বৰপুত্ৰ নয়নভানু পঢ়াই-শুনাই ৰায়বাহাদুৰৰ চকুৰ মণি। বিদেশত পঢ়িবলৈ যোৱা নয়নভানুৱে দেউতাকৰ আশা পূৰণ কৰিব পাৰিলেনে? ৰায়বাহাদুৰৰ বৰ জী অনিমাই কি কৰিলে? দুৰ্ঘটনাত পতিত হোৱা সৰু জী মইনাৰ কি হ'ল? আৰু উদয়ভানু! সৰু পুত্ৰ উদয়ভানুৰ প্ৰতি ৰায়বাহাদুৰ মনত ক্ষোভৰ কাৰণ কি? সেই ক্ষোভ আঁতৰিল নে? সকলোৰে বাবে উদয়ভানু এটা উদণ্ড মদাহী। কিন্তু মাধৱীলতায়ো তেনেকৈ ভাবে নে? শিল্পী উদয়ভানু নে মদাহী উদয়ভানু! মাক লাৱণ্যপ্ৰভাই উদয়ভানুক লৈ দেখা সপোনৰ কি হ'ল? মাধৱীলতাৰ সৈতে উদয়ভানুৰ সম্পৰ্ক কি? আৰু হৰেণ..?

শুনক ষ্টৰীটেল যোগে মামনি ৰয়চম গোস্বামীৰ "উদয়ভানুৰ চৰিত্ৰ", ভাস্কৰ জ্যোতি আচাৰ্যৰ কণ্ঠত।

© 2021 Storyside IN (Audiobook): 9789353987848

Release date

Audiobook: 15 January 2021

Others also enjoyed ...

  1. Xongskar মামণি ৰয়ছম গোস্বামী
  2. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  3. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  4. Madhuxala সৌমিত্ৰ যোগী
  5. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  6. Nilkanthi Braj মামণি ৰয়ছম গোস্বামী
  7. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  8. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  9. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  10. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  11. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  12. Xorotsondror Nirbasito Golpo শৰৎ চন্দ্ৰ চট্টোপাধ্যায়
  13. Ostoraag হোমেন বৰগোহাঞি
  14. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  15. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  16. Pas Sotalor Kathakata অৰূপা পটংগীয়া কলিতা
  17. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  18. Aariwa অনুৰাধা দত্ত
  19. Cotton College নবীন বৰুৱা
  20. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  21. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  22. Moitsyogondha হোমেন বৰগোহাঞি
  23. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  24. Felani অৰূপা পটংগীয়া কলিতা
  25. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  26. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  27. Aparajita Archana Borthakur
  28. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  29. Arnab, Aastha Aru JEC Indranee Sharma
  30. Kaal Gohbor ৰঞ্জু হাজৰিকা