Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
Step into an infinite world of stories
5
Non-Fiction
মানুহৰ জীৱনটোৱেই যেন এখন অট'গ্ৰাফ! জীৱনৰ যাত্ৰাপথত এনে কিছু ব্যক্তি লগ পোৱা যায় যিয়ে আমাৰ মনৰ মাজত গভীৰ ৰেখাপাত কৰে। জীৱন প্ৰাত্যহিকতাত ডুবি থাকিলেও তেনে ব্যক্তিৰ স্মৃতিয়ে হঠাতে কেতিয়াবা মনলৈ আহি মানুহক লৈ যায় চিন্তাৰ অন্য জগতলৈ। জনপ্ৰিয় সাহিত্যিক তথা সাংবাদিক অনুৰাধা শৰ্মা পূজাৰীৰ "অট'গ্ৰাফ" এইবাৰ শুনক তেওঁৰেই কন্ঠত, একমাত্ৰ ষ্টৰীটেলত।
© 2021 Storyside IN (Audiobook): 9789354346583
Release date
Audiobook: 24 July 2021
English
India