Daxorothir Khuj
- Authors
- Narrators
- Publisher
দাশৰথি, অৰ্থাৎ দশৰথ ৰজাৰ পুত্ৰ ৰামচন্দ্ৰ। সেই দাশৰথিৰ পদচিহ্ন বিচাৰি ঘূৰি ফুৰা কেইজনমান মুষ্টিমেয় মানুহ, যি সকলক কোৱা হয় ৰামায়ণ মণ্ডলী। এই ৰামায়ণ মণ্ডলীৰ গুৰি ধৰোঁতা শাস্ত্ৰী মহাৰাজ। সময়ৰ লগে লগে বাঢ়ি যায় ৰামায়ণ মণ্ডলীৰ পৰিয়াল। দাশৰথিৰ পদচিহ্ন বিচাৰি এই মণ্ডলীয়ে ভ্ৰমণ কৰি ফুৰে অনেক ঠাই। কোনোবা ৰৈ যায়, কোনোবা চিৰদিনৰ কাৰণে হেৰাই যায়। কিন্তু একে ভাগেই থাকে নে এই মণ্ডলী? শাস্ত্ৰী মহাৰাজৰ সপোনৰ মণ্ডলীৰ শেষলৈ কি হয়গৈ? ৰামায়ণ মণ্ডলীত চামিল হোৱা কমলা দেৱী নামৰ নাৰী গৰাকীৰ উদ্দেশ্য সফল হ'লগৈ নে? মাধৱানন্দৰ কি হ'ল? আৰু ৰ'জমেৰীৰ? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক জ্ঞানপীঠ বঁটা বিজয়িনী প্ৰথিতযশা সাহিত্যিক মামণি ৰয়ছম গোস্বামীৰ উপন্যাস "দাশৰথিৰ খোজ"।
© 2021 Storyside IN (Audiobook): 9789353987800
Release date
Audiobook: 27 April 2021
Books similar to Daxorothir Khuj
- Aagontuk হৰেকৃষ্ণ ডেকা
- Timir Tirtha হোমেন বৰগোহাঞি
- Mukhagni ভৃংগেশ্বৰ শৰ্মা
- Tez Aru Dhulire Dhuxorito Pristha মামণি ৰয়ছম গোস্বামী
- Autograph অনুৰাধা শৰ্মা পূজাৰী
- Xorobjaan লক্ষ্মীনাথ বেজবৰুৱা
- Jokhmi Jatri মামণি ৰয়ছম গোস্বামী
- Magnolia মামণি ৰয়ছম গোস্বামী
- Ahiron মামণি ৰয়ছম গোস্বামী
- Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
- Chenabor Xut মামণি ৰয়ছম গোস্বামী
- Madhuxala সৌমিত্ৰ যোগী
- Romyokotha ভদ্ৰ বৰা
- Eta Ghoruwa Kahini অপূৰ্ব শৰ্মা
- Odhom Keetor Dongxon ৰঞ্জু হাজৰিকা
- Hridoy Ek Nodir Naam মামণি ৰয়ছম গোস্বামী
- Diary অনুৰাধা শৰ্মা পূজাৰী
- Xoityo-Xujyo গীতালি বৰা
- Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
- Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
- Buddhajaya গীতালি বৰা
- Kolikotar sithi অনুৰাধা শৰ্মা পূজাৰী
- Bhut bongola ৰঞ্জু হাজৰিকা
- Eta Dweep Xaatta Kobor ৰঞ্জু হাজৰিকা
- Samiyaana মণিকুন্তলা ভট্টাচাৰ্য
- Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
- Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
- Chinnomostar Manuhtu মামণি ৰয়ছম গোস্বামী
- Prem Omritor Nodi চৈয়দ আব্দুল মালিক
- Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
- Pas Sotalor Kathakata অৰূপা পটংগীয়া কলিতা
- Big Bazar মনালিছা শইকীয়া
- Xunar Pahar Premnarayan Dutta
- Pokhila Baxona Aru Onyanyo Golpo পাৰ্থ বিজয় দাস
- Julu ৰঞ্জু হাজৰিকা
- Mriganabhi অৰূপা পটংগীয়া কলিতা
- Dohon ৰঞ্জু হাজৰিকা
- Shriman Yogi Ranjit Desai
- Mrutyunjay Bhag 1 - Karn Shivaji Sawant
- URAKKAPPISHACH: ഉറക്കപ്പിശാച് S P SARATH
- Yugandhar Shivaji Sawant
- October Junction Divya Prakash Dubey
- Kanthamalacharitham Vishnu M C
- Chhava Prakaran 1 Shivaji Sawant
- Harry Potter and the Philosopher's Stone J.K. Rowling
- Gunahon ka Devta Dharmveer Bharti
- Ikigai: The Japanese Secret to a Long and Happy Life Francesc Miralles, Hector Garcia
- Francis Itticora T D Ramakrishnan
- Ravan Raja Rakshsancha Sharad Tandale
- Lok Maze Sangati Sharad Pawar
- Bangarwadi Vyankatesh Madgulkar
- Khasakkinte Ithihasam O V Vijayan
