
Release date
Audiobook: 8 June 2021
Sikar
- Author:
- ৰঞ্জু হাজৰিকা
- Narrator:
- মাধৱ জ্যোতি ৰাজখোৱা
Audiobook
Release date
Audiobook: 8 June 2021
Audiobook: 8 June 2021
- 2 Ratings
- 2.5
- Language
- Assamese
- Category
- Crime
- Length
- 3T 36min
অজ্ঞাত আততায়ীৰ হাতত নিহত হ'ল গ্ৰহপতি কাকতি নামৰ এজন লোক। কিন্তু আচৰিত ধৰণে তাৰ পিছতো অম্লানজ্যোতি বৰা নামৰ ডাক্তৰ এজনে তেওঁক লগ পাইছিল ক্লাৱত। আনহাতে গ্ৰহপতিৰ মৃতদেহ উদ্ধাৰ হৈছিল অম্লানজ্যোতিৰ ককায়েক বিমলজ্যোতি, জিতেন বৰুৱা আৰু ডা০ মহেশ চৌধুৰী নামৰ তিনিজন লোকৰ গাড়ীত। এই হত্যাৰ তদন্ত চলি থকাৰ সময়তে এটাৰ পিছত এটাকৈ আৰু কেইবাটাও হত্যাকাণ্ড সংঘটিত হ'ল। কিন্তু কোন এই হত্যাকাৰী? আৰম্ভ হ'ল এই শিহৰণকাৰী ঘটনাক লৈ পুলিচ আৰু ডিটেকটিভৰ দলৰ অভিযান। কেনেদৰে আগবাঢ়িছিল অভিযান? আচল চিকাৰ জালত পৰিল নে? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ উপন্যাস "চিকাৰ"।
© 2021 Storyside IN (Audiobook) ISBN: 9789353988036
Original title: চিকাৰ
Explore more of
Others also enjoyed…


Open your ears to stories
Unlimited access to audiobooks & ebooks in English, Marathi, Hindi, Tamil, Malayalam, Bengali & more.