Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
10 Ratings

4.1

Duration
3H 10min
Language
Assamese
Format
Category

Short stories

অতনু ভট্টাচাৰ্যৰ 'নীলাৰ কাৰণে অলপ ভালপোৱা'ত আছে ১২টা গল্প য'ত কেতিয়াবা বিচৰণ কৰে বাসৱীৰ দৰে এগৰাকী দুখী যেন লগা যুৱতীয়ে। নতুবা ৰামানুজৰ দৰে এজন দুৰ্দান্ত প্ৰেমিকে। হয়তো এগৰাকী অন্ধ মা বা এজন বৃদ্ধ দেউতা হৈ পৰে গল্পৰ কাৰণ,কেতিয়াবা আকৌ নীলাৰ কাৰণে বুকুৰ কোনো এক কোণত গোপনে সাঁচি ৰাখে অলপ ভালপোৱা। অতনু ভট্টাচাৰ্যৰ গল্প মধ্যবিত্ত প্ৰাত্যাহিকতাৰ দলিল। সংযত আৱেগ, প্ৰাঞ্জল ভাষা আৰু উপযোগী উপস্থাপনেৰে সমৃদ্ধ যাৰ সৃষ্টি। গল্পসমূূহত মানুহৰ দৈনন্দিন জীৱনৰ কিছু সৰু সুৰা ঘটনাৰ মাজেৰে উন্মোচিত হৈছে মানৱীয় অভিজ্ঞতাৰ কিছুমান তিক্ত-মধুৰ তাৎপৰ্য। আহক এইবাৰ 'ষ্টৰীটেল'যোগে শুনোঁ এইগৰাকী প্ৰখ্যাত কবি, গল্পকাৰৰ "নীলাৰ কাৰণে অলপ ভালপোৱা"।

© 2021 Storyside IN (Audiobook): 9789353988432

Release date

Audiobook: 14 February 2021

Others also enjoyed ...

  1. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  2. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  3. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  4. Bola Beduin দিব্যজ্যোতি বৰা
  5. Cotton College নবীন বৰুৱা
  6. Arnab, Aastha Aru JEC Indranee Sharma
  7. Xongskar মামণি ৰয়ছম গোস্বামী
  8. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  9. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  10. Aariwa অনুৰাধা দত্ত
  11. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  12. Amrita ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  13. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  14. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  15. Ostoraag হোমেন বৰগোহাঞি
  16. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  17. Edinor Diary হোমেন বৰগোহাঞি
  18. Mriganabhi অৰূপা পটংগীয়া কলিতা
  19. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  20. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  21. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  22. Doriyoli গীতালি বৰা
  23. Big Bazar মনালিছা শইকীয়া
  24. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  25. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  26. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  27. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  28. Buddhajaya গীতালি বৰা
  29. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  30. Nilkanthi Braj মামণি ৰয়ছম গোস্বামী
  31. Kollolini আৰাধনা গোস্বামী
  32. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  33. Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  34. Cubicle Mate পাপলু চেতিয়া
  35. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  36. Monika Aru Bikrom অপূৰ্ব শৰ্মা
  37. Kaal Gohbor ৰঞ্জু হাজৰিকা
  38. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  39. Urmilar Sokulu কাঞ্চন বৰুৱা
  40. Aparajita Archana Borthakur
  41. The Secret of the Nagas Amish Tripathi
  42. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  43. Ishu মণিকুন্তলা ভট্টাচাৰ্য
  44. Pokhila Baxona Aru Onyanyo Golpo পাৰ্থ বিজয় দাস
  45. Orgol Khula, Priyomboda গীতালি বৰা