Numoliya pu লক্ষ্মীনাথ বেজবৰুৱা
দুই বায়েক ভায়েক তীখৰ আৰু চুটিবাই। তীখৰে বোলে বাই, পিঠা খাবৰ মন যায়। পিছে পিঠা বনাবলৈ সামগ্ৰী যোগান ধৰোঁতেই তীখৰ পৰে বাঘৰ মুখত। তীখৰ, চুটিবাই আৰু বাঘৰ কথাৰে সুন্দৰ এটি সাধু। আহাচোন শুনো আমাৰ সকলোৰে মৰমৰ চেতনা দাস আইতাৰ মাতত!
© 2021 Storyside IN (Audiobook): 9789354341083
Release date
Audiobook: 29 May 2021