Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
3 Ratings

4.7

Duration
6H 2min
Language
Assamese
Format
Category

Fiction

সৃষ্টিকৰ্তা ব্ৰহ্মাই নিজহাতে সজা পৃথিৱীখন ধ্বংস কৰি পেলাব বিচাৰিছে। নিজৰ সৃষ্টিৰ আটাইতকৈ ডাঙৰ ভুল মানুহ নামৰ প্ৰজাতিটোৰ কৰ্মকাণ্ডৰ দ্বাৰা তেওঁ অতিশয় অতিষ্ঠ হৈছে। কিন্তু হেমাংগ নামৰ মানসৰোবৰৰ সোণালী হাঁহটোৱে আকৌ মানুহ ভাল পায়। তাৰ ভয়, ব্ৰহ্মাই সঁচাকৈয়ে ব্ৰহ্মাণ্ডৰ নক্সাৰ পৰা পৃথিৱীক মচি পেলাব! সি ব্ৰহ্মাক খাটনি ধৰিলে, তেওঁ তাক এটা মাত্ৰ সুযোগ দিলেই সি পৃথিৱীলৈ যাব আৰু প্ৰমাণ কৰি দেখুৱাব যে পৃথিৱীৰ বাসিন্দাসকলৰ মাজত এতিয়াও সঁচা, নিস্বাৰ্থ প্ৰেম জীয়াই আছে। কথামতেই হেমাংগই ধৰালৈ বুলি উৰা মাৰিলে। কিন্তু তাৰ উদ্দেশ্য সফল হ'ল জানো? হেমাংগই নল আৰু দময়ন্তীৰ প্ৰেমত সৰগীয় সত্য বিচাৰি পালে। কিন্তু পৃথিৱীত তাণ্ডৱ চলাই থকা দেৱতা কলিয়ে সেই প্ৰেম সাৰ্থক হবলৈ দিব নে? নল-দময়ন্তীৰ প্ৰেমৰ পৰীক্ষা হেমাংগৰো যে অগ্নি-পৰীক্ষা তাৰ মৰমৰ পৃথিৱীক ব্ৰহ্মাৰ কোপৰ পৰা ৰক্ষা কৰাৰ! নল-দময়ন্তীৰ প্ৰেমৰ কাহিনীটো ভাৰতীয় সাহিত্যৰ এটা ধ্ৰুপদী কাহিনী। এই কাহিনীটোকে আটকধুনীয়াকৈ সজাই-পৰাই স্ৰাব্য নাটকৰূপে শুনিব পৰাকৈ ইংৰাজীত লিখি উলিয়াইছে দেশৰ যশস্বী কাহিনীকাৰ আনন্দ নীলকণ্ঠনে, একমাত্ৰ ষ্টৰীটেলৰ বাবে। নাটকখন অসমীয়ালৈ সাৱলীলভাৱে অনুবাদ কৰিছে প্ৰণামী কৌশিকে। মু্খ্য চৰিত্ৰত কণ্ঠ নিগৰাইছে যুৱ প্ৰজন্মৰ প্ৰতিভাৱান তথা জনপ্ৰিয় শিল্পী কমল লোচন, মৈত্ৰেয়ী পাটৰ তথা হিমাংশু গগৈয়ে। আহকচোন, সকলোৱে জনা এই ৰোমাঞ্চকৰ প্ৰেম কাহিনীটো এক নতুন ৰূপত শুনো।

Translators: প্ৰণামী কৌশিক

Release date

Audiobook: 14 March 2022

Others also enjoyed ...

  1. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  2. The Immortals of Meluha Amish Tripathi
  3. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  4. Monika Aru Bikrom অপূৰ্ব শৰ্মা
  5. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  6. The Oath of The Vayuputras Amish Tripathi
  7. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  8. Burhatue Kole মণিকা দেৱী
  9. The Secret of the Nagas Amish Tripathi
  10. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  11. Chinnomostar Manuhtu মামণি ৰয়ছম গোস্বামী
  12. Atmakatha শৰ্মিষ্ঠা প্ৰীতম
  13. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  14. Arnab, Aastha Aru JEC Indranee Sharma
  15. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  16. Cotton College নবীন বৰুৱা
  17. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  18. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  19. Borduwani মণিকুন্তলা ভট্টাচাৰ্য
  20. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  21. Moitsyogondha হোমেন বৰগোহাঞি
  22. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  23. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  24. Puwoti Tora কাঞ্চন বৰুৱা
  25. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  26. Doriyoli গীতালি বৰা
  27. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  28. Jiya Jurir Ghat চৈয়দ আব্দুল মালিক
  29. Ostoraag হোমেন বৰগোহাঞি
  30. Cubicle Mate পাপলু চেতিয়া
  31. Mriganabhi অৰূপা পটংগীয়া কলিতা
  32. Ejon Kobir Mrityu Aru Ejupa Baromohiya Aam অপূৰ্ব শৰ্মা
  33. Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  34. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  35. Aariwa অনুৰাধা দত্ত
  36. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  37. Arundhati মণিকুন্তলা ভট্টাচাৰ্য
  38. Buddhajaya গীতালি বৰা
  39. Grohonanto কাঞ্চন বৰুৱা
  40. Amrita ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  41. Dhunda অপূৰ্ব শৰ্মা
  42. Priyo Aalaap মণিকা দেৱী
  43. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  44. Orgol Khula, Priyomboda গীতালি বৰা
  45. Balukat Biyali Bela শৰ্মিষ্ঠা প্ৰীতম
  46. Punor Jonom loi Tejimolai মনালিছা শইকীয়া