Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
3 Ratings

5

Duration
1H 59min
Language
Assamese
Format
Category

Fiction

কবিতা লিখি ভালপোৱা এজন যুৱক দিহাং। কিন্তু কালক্ৰমত কেৱল কবি হৈ নাথাকিল দিহাং। এহাতত মৰণাস্ত্ৰ আৰু আনখন হাতত কলম তুলি লোৱা বিপ্লৱী কবি দিহাং চৰকাৰৰ বাবে হৈ পৰিছিল সন্ত্ৰাসবাদী। মাতৃ - প্ৰেমিকাক এৰি ভূটানৰ কেম্পত সতীৰ্থৰ সৈতে পাৰ কৰা দিহাঙৰ সময়বোৰ কেনে আছিল বাৰু? সতীৰ্থক কথা দি হৰিণ চিকাৰ কৰিবলৈ যোৱা দিহাঙৰ বন্দুকৰ গুলীত আঘাটপ্ৰাপ্ত হৰিণী পোৱালিজনী লৈ অনুতপ্ত হোৱা দিহাঙৰ মনৰ ভিতৰখনত কেনে ধৰণৰ ধুমুহা বলিছিল? মৰম-আদৰেৰে আঘাটপ্ৰাপ্ত হৰিণীজনীক সুস্থ কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল দিহাঙে। তাইৰ নাম দিছিল অসমী। কিন্তু সদায় জানো অসমীক লগত ৰাখিব পাৰিলে দিহাঙে? দিহাঙৰ বা শেষ পৰিণতি কি হ'ল? সতীৰ্থ নয়ন, গোভা আদিকে ধৰি বাকীসকলৰ কি হ'ল? এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে সাম্প্ৰতিক সময়ৰ জনপ্ৰিয় কথাশিল্পী গীতালি বৰাৰ উপন্যাস "ডঁৰিয়লি"।

© 2021 Storyside IN (Audiobook): 9789353988326

Release date

Audiobook: 15 January 2021

Others also enjoyed ...

  1. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  2. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  3. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  4. Xoityo-Xujyo গীতালি বৰা
  5. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  6. Cotton College নবীন বৰুৱা
  7. Xongskar মামণি ৰয়ছম গোস্বামী
  8. Bola Beduin দিব্যজ্যোতি বৰা
  9. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  10. Moitsyogondha হোমেন বৰগোহাঞি
  11. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  12. Johor-Mohor মণিকা দেৱী
  13. Edinor Diary হোমেন বৰগোহাঞি
  14. Big Bazar মনালিছা শইকীয়া
  15. Buddhajaya গীতালি বৰা
  16. Puwoti Tora কাঞ্চন বৰুৱা
  17. Aariwa অনুৰাধা দত্ত
  18. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  19. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  20. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  21. Mriganabhi অৰূপা পটংগীয়া কলিতা
  22. Arnab, Aastha Aru JEC Indranee Sharma
  23. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  24. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  25. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  26. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  27. Aagontuk হৰেকৃষ্ণ ডেকা
  28. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  29. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  30. Chinnomostar Manuhtu মামণি ৰয়ছম গোস্বামী
  31. The Secret of the Nagas Amish Tripathi
  32. Aparajita Archana Borthakur
  33. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  34. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  35. Urmilar Sokulu কাঞ্চন বৰুৱা
  36. Felani অৰূপা পটংগীয়া কলিতা
  37. Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  38. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  39. Xorotsondror Nirbasito Golpo শৰৎ চন্দ্ৰ চট্টোপাধ্যায়
  40. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  41. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  42. Kollolini আৰাধনা গোস্বামী
  43. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  44. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  45. Orgol Khula, Priyomboda গীতালি বৰা
  46. Priyo Aalaap মণিকা দেৱী