Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
3 Ratings

4.7

Duration
6H 2min
Language
Assamese
Format
Category

Fiction

সৃষ্টিকৰ্তা ব্ৰহ্মাই নিজহাতে সজা পৃথিৱীখন ধ্বংস কৰি পেলাব বিচাৰিছে। নিজৰ সৃষ্টিৰ আটাইতকৈ ডাঙৰ ভুল মানুহ নামৰ প্ৰজাতিটোৰ কৰ্মকাণ্ডৰ দ্বাৰা তেওঁ অতিশয় অতিষ্ঠ হৈছে। কিন্তু হেমাংগ নামৰ মানসৰোবৰৰ সোণালী হাঁহটোৱে আকৌ মানুহ ভাল পায়। তাৰ ভয়, ব্ৰহ্মাই সঁচাকৈয়ে ব্ৰহ্মাণ্ডৰ নক্সাৰ পৰা পৃথিৱীক মচি পেলাব! সি ব্ৰহ্মাক খাটনি ধৰিলে, তেওঁ তাক এটা মাত্ৰ সুযোগ দিলেই সি পৃথিৱীলৈ যাব আৰু প্ৰমাণ কৰি দেখুৱাব যে পৃথিৱীৰ বাসিন্দাসকলৰ মাজত এতিয়াও সঁচা, নিস্বাৰ্থ প্ৰেম জীয়াই আছে। কথামতেই হেমাংগই ধৰালৈ বুলি উৰা মাৰিলে। কিন্তু তাৰ উদ্দেশ্য সফল হ'ল জানো? হেমাংগই নল আৰু দময়ন্তীৰ প্ৰেমত সৰগীয় সত্য বিচাৰি পালে। কিন্তু পৃথিৱীত তাণ্ডৱ চলাই থকা দেৱতা কলিয়ে সেই প্ৰেম সাৰ্থক হবলৈ দিব নে? নল-দময়ন্তীৰ প্ৰেমৰ পৰীক্ষা হেমাংগৰো যে অগ্নি-পৰীক্ষা তাৰ মৰমৰ পৃথিৱীক ব্ৰহ্মাৰ কোপৰ পৰা ৰক্ষা কৰাৰ! নল-দময়ন্তীৰ প্ৰেমৰ কাহিনীটো ভাৰতীয় সাহিত্যৰ এটা ধ্ৰুপদী কাহিনী। এই কাহিনীটোকে আটকধুনীয়াকৈ সজাই-পৰাই স্ৰাব্য নাটকৰূপে শুনিব পৰাকৈ ইংৰাজীত লিখি উলিয়াইছে দেশৰ যশস্বী কাহিনীকাৰ আনন্দ নীলকণ্ঠনে, একমাত্ৰ ষ্টৰীটেলৰ বাবে। নাটকখন অসমীয়ালৈ সাৱলীলভাৱে অনুবাদ কৰিছে প্ৰণামী কৌশিকে। মু্খ্য চৰিত্ৰত কণ্ঠ নিগৰাইছে যুৱ প্ৰজন্মৰ প্ৰতিভাৱান তথা জনপ্ৰিয় শিল্পী কমল লোচন, মৈত্ৰেয়ী পাটৰ তথা হিমাংশু গগৈয়ে। আহকচোন, সকলোৱে জনা এই ৰোমাঞ্চকৰ প্ৰেম কাহিনীটো এক নতুন ৰূপত শুনো।

Translators: প্ৰণামী কৌশিক

Release date

Audiobook: 14 March 2022

Others also enjoyed ...

  1. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  2. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  3. Xongskar মামণি ৰয়ছম গোস্বামী
  4. Burhatue Kole মণিকা দেৱী
  5. The Secret of the Nagas Amish Tripathi
  6. The Immortals of Meluha Amish Tripathi
  7. The Oath of The Vayuputras Amish Tripathi
  8. Monika Aru Bikrom অপূৰ্ব শৰ্মা
  9. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  10. Chinnomostar Manuhtu মামণি ৰয়ছম গোস্বামী
  11. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  12. Orgol Khula, Priyomboda গীতালি বৰা
  13. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  14. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  15. Big Bazar মনালিছা শইকীয়া
  16. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  17. Cotton College নবীন বৰুৱা
  18. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  19. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  20. Arnab, Aastha Aru JEC Indranee Sharma
  21. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  22. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  23. Puwoti Tora কাঞ্চন বৰুৱা
  24. Pas Sotalor Kathakata অৰূপা পটংগীয়া কলিতা
  25. Moitsyogondha হোমেন বৰগোহাঞি
  26. Doriyoli গীতালি বৰা
  27. Jiya Jurir Ghat চৈয়দ আব্দুল মালিক
  28. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  29. Cubicle Mate পাপলু চেতিয়া
  30. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  31. Mriganabhi অৰূপা পটংগীয়া কলিতা
  32. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  33. Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  34. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  35. Arundhati মণিকুন্তলা ভট্টাচাৰ্য
  36. Priyo Aalaap মণিকা দেৱী
  37. Aariwa অনুৰাধা দত্ত
  38. Ejon Kobir Mrityu Aru Ejupa Baromohiya Aam অপূৰ্ব শৰ্মা
  39. Grohonanto কাঞ্চন বৰুৱা
  40. Buddhajaya গীতালি বৰা
  41. Dhunda অপূৰ্ব শৰ্মা
  42. Atmakatha শৰ্মিষ্ঠা প্ৰীতম
  43. Balukat Biyali Bela শৰ্মিষ্ঠা প্ৰীতম
  44. Xorotsondror Nirbasito Golpo শৰৎ চন্দ্ৰ চট্টোপাধ্যায়