Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
3 Ratings

5

Duration
3H 58min
Language
Assamese
Format
Category

Fiction

বিজনীৰ ওচৰৰ খামৰিগুৰি নামৰ এখন গাঁৱৰ এজনী দীপলিপ তনয়া। নাম- থেং ফাখ্ৰী। ৰ’দত সোণৰ দৰে চিকমিকাই থকা একোচা দীঘল চুলিৰে সকলোকে পলকতে মুগ্দ্ধ কৰিব পৰা সৌন্দৰ্য্য আৰু ব্যক্তিত্ব। স্বল্পভাষী অথচ বজ্ৰৰ দৰে খামীদাঠ। বৃটিছ অধীন ভাৰতবৰ্ষৰ প্ৰথম মহিলা তহচিলদাৰৰ দায়িত্ব বহন কৰা থেং ফাখ্ৰীৰ জীৱনলৈ এটা সময়ত নামি আহে এটি কঠিন সিদ্ধান্ত। নিজৰ পদবীৰ প্ৰতি নিষ্ঠা আৰু তেজ-মাটিৰ টান, এনে দুদোল্যমান অৱস্থাত কোন দিশে ধাৱমান হ’ব থেং ফাখ্ৰী? চিকমিকাই থকা ঈশ্বৰ প্ৰদত্ত তৰোৱালেৰে বধিব কাক, ৰোধিব কাক? ৰক্ত আৰু দায়িত্বৰ মানসিক যুজঁত কোনে মাৰিব বিজয়ৰ শেষ হাঁহি? এনে বহু বিক্ষিপ্ত ঘটনাৰ সাক্ষী মামণি ৰয়চম গোস্বামীৰ ‘থেং ফাখ্ৰী তহচিলদাৰৰ তামৰ তৰোৱাল’- এ আপোনাক লৈ যাব সেই ঠাইলৈ, সেই সময়লৈ, শোষক আৰু শোষিতৰ সেই নোকোৱা দস্তাবেজলৈ।

© 2021 Storyside IN (Audiobook): 9789353987909

Release date

Audiobook: 4 May 2021

Others also enjoyed ...

  1. Xongskar মামণি ৰয়ছম গোস্বামী
  2. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  3. Mriganabhi অৰূপা পটংগীয়া কলিতা
  4. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  5. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  6. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  7. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  8. Lingomukto Prithibir Xadhu Eta অপূৰ্ব কুমাৰ শইকীয়া
  9. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  10. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  11. Pita-Putra হোমেন বৰগোহাঞি
  12. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  13. Aagontuk হৰেকৃষ্ণ ডেকা
  14. Cotton College নবীন বৰুৱা
  15. Chinnomostar Manuhtu মামণি ৰয়ছম গোস্বামী
  16. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  17. Pas Sotalor Kathakata অৰূপা পটংগীয়া কলিতা
  18. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  19. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  20. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  21. Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  22. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  23. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  24. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  25. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  26. Puwoti Tora কাঞ্চন বৰুৱা
  27. Doriyoli গীতালি বৰা
  28. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  29. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  30. Oxaanto Prohor কাঞ্চন বৰুৱা
  31. Bondho Ghoror Khiriki মণিকুন্তলা ভট্টাচাৰ্য
  32. Kollolini আৰাধনা গোস্বামী
  33. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  34. Bola Beduin দিব্যজ্যোতি বৰা
  35. Luptokotha মৃদুল শৰ্মা
  36. Orgol Khula, Priyomboda গীতালি বৰা
  37. Aariwa অনুৰাধা দত্ত
  38. Kaal Gohbor ৰঞ্জু হাজৰিকা
  39. Xorotsondror Nirbasito Golpo শৰৎ চন্দ্ৰ চট্টোপাধ্যায়
  40. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  41. Xoityoban Dur Hoi Najaba মনালিছা শইকীয়া
  42. Punor Jonom loi Tejimolai মনালিছা শইকীয়া