Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
5 Ratings

4.8

Duration
11H 12min
Language
Assamese
Format
Category

Classics

মণিকুন্তলা ভট্টাচাৰ্যৰ 'মই ডেচডিম'না হ'ব খোজোঁ' অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰৰ পটভূমিত ৰচিত এখন বহুপঠিত উপন্যাস। উপন্যাসখনৰ মূল বিষয়বস্তু হৈছে ভ্ৰাম্যমাণ থিয়েটাৰৰ কুশীলৱসকলৰ জীৱনৰ ঘাত-প্ৰতিঘাত, আশা-আকাংক্ষা। অথেল' আৰু ডেচডিম'নাৰ কাহিনীৰ আধাৰত আৰম্ভ কৰা উপন্যাসখনৰ বিষয়বস্তুৱে গতি লয় উপন্যাসৰ নায়ক নায়িকাৰ ব্যক্তিগত জীৱনলৈ। জীৱনৰ সন্মুখত আহি পৰা প্ৰত্যাহ্বানৰ সন্মূখীন হৈ সাহসেৰে আগলৈ খোজ দিবলৈ বিচৰা নয়না, নয়নাৰ প্ৰেমত পৰা পাৰ্থ। মাথোঁ সেইয়াই নহয়, ভ্ৰাম্যমাণৰ লগত জড়িত বহু কেইগৰাকী পুৰোধা ব্যক্তিৰ কথাও সোমাই আছে উপন্যাসখনৰ ভিতৰত। ক'বলৈ গ'লে বিশ্বৰ ভিতৰতে বিৰল অসমৰ সম্পদ ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম পাঁচটা দশকৰ ইতিহাস এইখন উপন্যাস।

© 2021 Storyside IN (Audiobook): 9789353987503

Release date

Audiobook: 4 June 2021

Others also enjoyed ...

  1. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  2. Cotton College নবীন বৰুৱা
  3. Mriganabhi অৰূপা পটংগীয়া কলিতা
  4. Kaal Gohbor ৰঞ্জু হাজৰিকা
  5. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  6. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  7. Ostoraag হোমেন বৰগোহাঞি
  8. Cubicle Mate পাপলু চেতিয়া
  9. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  10. Xongskar মামণি ৰয়ছম গোস্বামী
  11. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  12. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  13. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  14. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  15. Nil Prajapati অনুৰাধা শৰ্মা পূজাৰী
  16. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  17. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  18. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  19. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  20. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  21. Moitsyogondha হোমেন বৰগোহাঞি
  22. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  23. Bondho Ghoror Khiriki মণিকুন্তলা ভট্টাচাৰ্য
  24. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  25. Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  26. Puwoti Tora কাঞ্চন বৰুৱা
  27. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  28. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  29. Kollolini আৰাধনা গোস্বামী
  30. Felani অৰূপা পটংগীয়া কলিতা
  31. Arnab, Aastha Aru JEC Indranee Sharma
  32. Doriyoli গীতালি বৰা
  33. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  34. Xoityoban Dur Hoi Najaba মনালিছা শইকীয়া
  35. Buddhajaya গীতালি বৰা
  36. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  37. Grohonanto কাঞ্চন বৰুৱা
  38. Antahin শৰ্মিষ্ঠা প্ৰীতম
  39. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  40. Aparajita Archana Borthakur
  41. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  42. Aagontuk হৰেকৃষ্ণ ডেকা
  43. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  44. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  45. Monika Aru Bikrom অপূৰ্ব শৰ্মা
  46. The Secret of the Nagas Amish Tripathi