Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
1 Ratings

5

Duration
7H 30min
Language
Assamese
Format
Category

Crime

নলেগলে লগা কলেজৰ পাঁচ বন্ধু। কিন্তু সময়ৰ লগে লগে নিজ নিজ কৰ্তব্যৰ দিশে আগবাঢ়ি যায় সকলো। নিতান্তই প্ৰয়োজন বাবে এজন বন্ধুৱে আৰক্ষীত যোগদান কৰাৰ বিপৰীতে অন্য চাৰিজনৰ কাৰ্যপন্থা হৈ পৰে ভিন্ন। কিন্তু সেই সময়ৰ শাসনাধিষ্ঠিত বিদেশীৰ বিৰুদ্ধে যুঁজ দিবলৈ আগবাঢ়ি আহে এই চাৰি বন্ধু। বুকু তোলপাৰ কৰি এক অদম্য তৃষ্ণাই যেন তেওঁলোকক ঘৰৰ পৰা বাহিৰলৈ উলিয়াই আনে। তেওঁলোকৰ লগত যোগ দিয়ে শ শ কিশোৰ কিশোৰীৰ দলে। জীৱন পণ কৰি এই সকলে সুখ আৰামৰ পৰিবৰ্তে বৰণ কৰি লয় নিৰ্দয় পুলিচৰ লাঠিৰ কোব, জেইলৰ জঘন্য অত্যাচাৰ, বুকু পাতি লয় পুলিচৰ গুলী অথবা থিয় দিয়ে ফাঁচিকাঠত। স্বাধীনতা সংগ্ৰামৰ এক দলিল।লগতে প্ৰত্যেক বাৰৰ মুখামুখিত পাঁচ বন্ধুৰ অন্তৰত কেনে এখন যুদ্ধ চলিছিল? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰথিতযশা সাহিত্যিক কাঞ্চন বৰুৱাৰ উপন্যাস "অশান্ত প্ৰহৰ"।

© 2021 Storyside IN (Audiobook): 9789354343988

Release date

Audiobook: 22 June 2021

Others also enjoyed ...

  1. Puwoti Tora কাঞ্চন বৰুৱা
  2. Timir Tirtha হোমেন বৰগোহাঞি
  3. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  4. Kollolini আৰাধনা গোস্বামী
  5. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  6. Ostoraag হোমেন বৰগোহাঞি
  7. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  8. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  9. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  10. Mriganabhi অৰূপা পটংগীয়া কলিতা
  11. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  12. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  13. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  14. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  15. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  16. Samiyaana মণিকুন্তলা ভট্টাচাৰ্য
  17. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  18. Aagontuk হৰেকৃষ্ণ ডেকা
  19. Xongskar মামণি ৰয়ছম গোস্বামী
  20. Chinnomostar Manuhtu মামণি ৰয়ছম গোস্বামী
  21. Felani অৰূপা পটংগীয়া কলিতা
  22. Kaal Gohbor ৰঞ্জু হাজৰিকা
  23. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  24. Cotton College নবীন বৰুৱা
  25. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  26. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  27. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  28. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  29. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  30. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  31. Sikar ৰঞ্জু হাজৰিকা
  32. Pas Sotalor Kathakata অৰূপা পটংগীয়া কলিতা
  33. Doriyoli গীতালি বৰা
  34. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  35. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  36. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  37. Madhuxala সৌমিত্ৰ যোগী
  38. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  39. Bola Beduin দিব্যজ্যোতি বৰা
  40. The Secret of the Nagas Amish Tripathi
  41. Big Bazar মনালিছা শইকীয়া
  42. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  43. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  44. The Immortals of Meluha Amish Tripathi
  45. Pokhila Baxona Aru Onyanyo Golpo পাৰ্থ বিজয় দাস
  46. Buddhajaya গীতালি বৰা
  47. Xorotsondror Nirbasito Golpo শৰৎ চন্দ্ৰ চট্টোপাধ্যায়