Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
6 Ratings

5

Duration
9H 2min
Language
Assamese
Format
Category

Fiction

বিশিষ্টা লেখিকা অনুৰাধা শৰ্মা পূজাৰীৰ অনুপম সৃষ্টি "সোন হৰিণৰ চেঁকুৰ" শীৰ্ষক উপন্যাসখনিত আজিৰ নৱপ্ৰজন্মক প্ৰতিনিধিত্ব কৰা প্ৰতিগৰাকী যুৱক-যুৱতী তথা কিশোৰ-কিশোৰীক উদ্দেশ্যি বিভিন্ন বিষয়বস্তুৰ অৱতাৰণা কৰা হৈছে। সময়ৰ লগে লগে ঘটে নৱপ্ৰজন্মৰ মনস্তত্ত্বৰ আমূল পৰিবৰ্তন। সামাজিক পৰিবৰ্তনৰ বাবেই হওক অথবা শৈক্ষিক পৰিবৰ্তনৰ বাবেই হওক এই পৰিবৰ্তনশীল মনস্তত্ত্বই উঠি অহা প্ৰজন্মৰ মন আৰু মগজুত প্ৰচণ্ড চাপৰ সৃষ্টি কৰিছে ফলত তেওঁলোকে এটা যান্ত্ৰিক জীৱন অতিবাহিত কৰিছে। নৱপ্ৰজন্মৰ প্ৰতিগৰাকী প্ৰতিনিধিয়েই যাতে নিজৰ জীৱনৰ পৃথিৱী নিজেই জয় কৰিব পাৰে, গান গাব পাৰে মুক্ত পখীৰ দৰে, নিজৰ যোগ্যতাখিনিক যাতে পৰীক্ষাৰ নম্বৰেৰে কেতিয়াও জুখিবলৈ নাযায়, অঙঠাৰ ওপৰেৰে খোজ কাঢ়িব লগা হ'লেও যাতে তেওঁলোকে আত্মহত্যা কৰাৰ কথা নাভাবে, প্ৰত্যেকেই নিজেই নিজৰ প্ৰেমিক বুলি ভাবি নিজৰ উপস্থিতিৰে যাতে পৃথিৱীখন সুন্দৰ কৰিবলৈ প্ৰয়াস কৰে- উপন্যাসখন তাৰেই আশাৰে ৰচিত হৈছে। পৰিয়াল আৰু সমাজে এই প্ৰজন্মক "সোনৰ হৰিণ"ৰ মায়াৰ পিছে পিছে দৌৰিবলৈ বাধ্য কৰাইছে। এই প্ৰজন্ম আজি নিঃসংগ । লেখিকাই যুৱপ্ৰজন্মৰ সৈতে নিবিড়ভাৱে থাকি, তেওঁলোকৰ মনস্তত্ত্বক অনুধাৱন কৰি, তেওঁলোকৰ মুখৰ পৰা শুনা তেওঁলোকৰেই জীৱন পৰিক্ৰমা, সংঘাত আৰু ঘটনা-অনুঘটনাবোৰক তেনেদৰেই এই উপন্যাসখনত সংযোজন কৰিবলৈ চেষ্টা কৰিছে বিভিন্ন কাল্পনিক চৰিত্ৰৰ মাজেৰে।

© 2021 Storyside IN (Audiobook): 9789354346392

Release date

Audiobook: 22 July 2021

Others also enjoyed ...

  1. Cotton College নবীন বৰুৱা
  2. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  3. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  4. Julu ৰঞ্জু হাজৰিকা
  5. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  6. Xongskar মামণি ৰয়ছম গোস্বামী
  7. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  8. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  9. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  10. Kanchon অনুৰাধা শৰ্মা পূজাৰী
  11. Mriganabhi অৰূপা পটংগীয়া কলিতা
  12. Aagontuk হৰেকৃষ্ণ ডেকা
  13. Arnab, Aastha Aru JEC Indranee Sharma
  14. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  15. Ostoraag হোমেন বৰগোহাঞি
  16. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  17. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  18. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  19. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  20. Puwoti Tora কাঞ্চন বৰুৱা
  21. Moitsyogondha হোমেন বৰগোহাঞি
  22. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  23. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  24. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  25. Kollolini আৰাধনা গোস্বামী
  26. Grohonanto কাঞ্চন বৰুৱা
  27. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  28. Kaal Gohbor ৰঞ্জু হাজৰিকা
  29. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  30. Doriyoli গীতালি বৰা
  31. Borduwani মণিকুন্তলা ভট্টাচাৰ্য
  32. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  33. Aariwa অনুৰাধা দত্ত
  34. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  35. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  36. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  37. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  38. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  39. Aparajita Archana Borthakur
  40. Xorotsondror Nirbasito Golpo শৰৎ চন্দ্ৰ চট্টোপাধ্যায়
  41. The Secret of the Nagas Amish Tripathi
  42. Monika Aru Bikrom অপূৰ্ব শৰ্মা
  43. Buddhajaya গীতালি বৰা
  44. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা