Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
Duration
4H 52min
Language
Assamese
Format
Category

Thrillers

ৰহিম আলি, পুৰ্ণকান্ত শৰ্মাই যাক ডাঙাৰ ছলি বুলি মাতে। সেই শৰ্মাৰে সৰু পুত্ৰ কৰুণা মঝিলীত ৰহিমৰ লগত একেখন শেতেলীত শুৱে, একেটা পাগতে খাই। কিন্তু এদিন সেই কৰুণাৰ মৃত্যু হৈছিল ৰহিম আলিৰ হাতত। কিন্তু কিয়?

দামোদৰ দাসৰ কেইটামান সপোন। দামোদৰ দাসৰ পৰা দামোদৰ শৰ্মা হোৱা, এটা মোবাইল লোৱা, পুতেক আৰু ঘৈণীয়েকক এবাৰ গুৱাহাটী দেখুওৱা আৰু পাৰিলে তাৰ বেমাৰটো এবাৰ ডাক্তৰক দেখুওৱা। পিছে সপোনবোৰ পূৰ কৰিব পাৰিলে নে দামোদৰ দাসে?

মনোমতীয়ে অপেক্ষা কৰে, ঘৰৰ মানুহজন আহিব। কিন্তু মানুহজন নাহে। ক'লৈ গ'ল মানুহজন ? মনোমতীৰ ভ্ৰম হয়। কিন্তু সময়ে কি বতৰা লৈ আনে মনোমতীলৈ?

সময়ে গ্ৰাম্য জীৱনলৈ অনা বিবিধ পৰিৱৰ্তন আৰু ই সৃষ্টি কৰা মূল্যবোধৰ দ্বন্দ্বক বিশ্বাসযোগ্যভাৱে উপস্থাপন কৰা এমুঠিমান গল্প। সমাজত প্ৰচলিত taboo ৰ বিস্তৃত বৰ্ণচ্ছতাত কৰ্তৃত্বশীল গোটে প্ৰান্তীয়জনক কৰি অহা শোষণ অৱদমনৰ মৰ্মস্পৰ্শী চিত্ৰ, সমসাময়িক ৰাজনৈতিক কাঠামোৰ ৰুগীয়া স্বৰূপ, জৈৱিক প্ৰাণশক্তিৰে প্ৰোজ্জ্বল মানৱীয় সম্বন্ধৰ গতিশীলতাৰ চিত্ৰায়ন। দৰঙৰ কথ্য ভাষাৰ ব্যতিক্ৰমী প্ৰয়াসেৰে নিৰ্মিত আঠটা গল্প। কি আছে এই গল্প সমূহত? জানিবলৈ "ষ্টৰীটেল" যোগে শুনক গল্পকাৰ সঞ্জীৱ পল ডেকাৰ গল্প সংকলন "বৰমঝিলী"

© 2023 Storyside IN (Audiobook): 9789355441980

Release date

Audiobook: 19 March 2023

Others also enjoyed ...

  1. Madhamar Premnarayan Dutta
  2. Eipine Ki Ace Sanjib Deka
  3. Ramtangun Premnarayan Dutta
  4. Pret prohori ৰঞ্জু হাজৰিকা
  5. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  6. Xunar Pahar Premnarayan Dutta
  7. Theng Fakhri Tahsildaror Taamor Toruwal মামণি ৰয়ছম গোস্বামী
  8. Prahelika Premnarayan Dutta
  9. Jatra Ekhon Oxompurno Uponyaxor Baarota Odhyay হৰেকৃষ্ণ ডেকা
  10. Aagontuk হৰেকৃষ্ণ ডেকা
  11. Daxorothir Khuj মামণি ৰয়ছম গোস্বামী
  12. Jordogob rojar upakhyan লক্ষ্মীনাথ বেজবৰুৱা
  13. Kanchon অনুৰাধা শৰ্মা পূজাৰী
  14. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  15. Aakrux ৰঞ্জু হাজৰিকা
  16. Ayananta অৰূপা পটংগীয়া কলিতা
  17. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  18. Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  19. Pita-Putra হোমেন বৰগোহাঞি
  20. Aariwa অনুৰাধা দত্ত
  21. Timir Tirtha হোমেন বৰগোহাঞি
  22. Monika Aru Bikrom অপূৰ্ব শৰ্মা
  23. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  24. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  25. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  26. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  27. Jiya Jurir Ghat চৈয়দ আব্দুল মালিক
  28. Cotton College নবীন বৰুৱা
  29. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  30. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  31. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  32. Mriganabhi অৰূপা পটংগীয়া কলিতা
  33. Teulukor Xomosya অপূৰ্ব শৰ্মা
  34. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  35. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  36. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  37. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  38. Xoityoban Dur Hoi Najaba মনালিছা শইকীয়া
  39. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  40. Muru Eta Xopun Ase ৰুবুল মাউত
  41. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  42. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  43. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  44. Baahi মণিকুন্তলা ভট্টাচাৰ্য
  45. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী