Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
7 Ratings

4.3

Duration
5H 54min
Language
Assamese
Format
Category

Fiction

ছৈয়দ আব্দুল মালিক। সঁচাই যেন তেখেত অসমীয়া সাহিত্য জগতখনৰেই "মালিক"! তেখেত স্বপ্নদ্ৰষ্টা। "অঘৰী আত্মাৰ কাহিনী" শীৰ্ষক উপন্যাসখনি মালিকদেৱৰ এক অনুপম সৃষ্টি। মূল চৰিত্ৰ শশাংকই হওক বা অপৰাজিতাই হওক বা মৃগাংকই হওক, এই সকলোৰে সামাজিক একো একোটা সুন্দৰ পৰিচয় থাকিলেও যেন চৰিত্ৰবোৰৰ স্থায়ী আশ্ৰয় নাই। তেওঁলোকৰ আত্মাবোৰ, মনবোৰ যেন অঘৰী। হাবাথুৰি খাই বিচাৰি ফুৰিছে মনৰ আশ্ৰয়কণ, মানসিক শান্তিকণ। একো একোটা মুখা পিন্ধি যেন চৰিত্ৰবোৰে মাথো জীৱনৰ কৰ্তব্য বোৰহে পালন কৰি গৈ আছে। ব্যক্তিগত ইচ্ছা-অনিচ্ছা, আশা-প্ৰত্যাশাবোৰ সমীৰণ, অপৰা, শশাংকহঁতে যেন বহু আগতেই জলাঞ্জলি দিলে। তেওঁলোকৰ আত্মাবোৰ অতৃপ্ত। অঘৰী! "অঘৰী আত্মাৰ কাহিনী"ত ছাঁয়াই নাজানে তাইৰ পিতৃ কোন, মাতৃ কোন। পৰিচয়হীনতাই তাইৰ পৰিচয়! এই গ্লানিৰ ভাৰ সহিব নোৱাৰি তাই স্বেচ্ছাৰেই আঁতৰি গ'ল পৃথিৱীৰ পৰা- তাই আত্মহত্যা কৰিলে। উপন্যাসখনিৰ প্ৰতিটো চৰিত্রই যেন এটি এটি অঘৰী আত্মা।

© 2021 Storyside IN (Audiobook): 9789354349980

Release date

Audiobook: 18 September 2021

Others also enjoyed ...

  1. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  2. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  3. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  4. The Secret of the Nagas Amish Tripathi
  5. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  6. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  7. Cotton College নবীন বৰুৱা
  8. Eta Ghoruwa Kahini অপূৰ্ব শৰ্মা
  9. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  10. Kanchon অনুৰাধা শৰ্মা পূজাৰী
  11. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  12. Xorobjaan লক্ষ্মীনাথ বেজবৰুৱা
  13. Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  14. Xongskar মামণি ৰয়ছম গোস্বামী
  15. Ostoraag হোমেন বৰগোহাঞি
  16. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  17. Arnab, Aastha Aru JEC Indranee Sharma
  18. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  19. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  20. Mriganabhi অৰূপা পটংগীয়া কলিতা
  21. Puwoti Tora কাঞ্চন বৰুৱা
  22. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  23. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  24. Buddhajaya গীতালি বৰা
  25. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  26. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  27. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  28. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  29. Aariwa অনুৰাধা দত্ত
  30. Felani অৰূপা পটংগীয়া কলিতা
  31. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  32. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  33. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  34. Borduwani মণিকুন্তলা ভট্টাচাৰ্য
  35. Big Bazar মনালিছা শইকীয়া
  36. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  37. Grohonanto কাঞ্চন বৰুৱা
  38. Monika Aru Bikrom অপূৰ্ব শৰ্মা
  39. Kollolini আৰাধনা গোস্বামী
  40. Amrita ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  41. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  42. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  43. Kaal Gohbor ৰঞ্জু হাজৰিকা
  44. Cubicle Mate পাপলু চেতিয়া
  45. Aparajita Archana Borthakur