Sa-Puhoror Khel মণিকা দেৱী
Step into an infinite world of stories
Romance
বৰষুণে বহুত কিবাকিবি মনত পেলাই দিয়ে। প্ৰথম প্ৰেমৰ নষ্টালজিয়া, কিনকিনিয়া এচাতি বুকুৰ বিষ, কৈশোৰত এৰি থৈ অহা কাৰোবাৰ মুখ। বৰষুণে সতেজ কৰে কত স্মৃতি! মণিকা দেৱীৰ সাৱলীল কথনভংগীয়ে বৰষুণৰ ৰোমন্থনকাতৰতাক আৰু সুন্দৰ কৰিছে।
© 2021 Storyside IN (Audiobook): 9789353987688
Release date
Audiobook: 10 January 2021
English
India