Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036

The Immortals of Meluha

11 Ratings

4.4

Duration
17H 4min
Language
Assamese
Format
Category

Fantasy

নৱ্য ভাৰতীয়ই ভুলকৈ সিন্ধু উপত্যকা বুলি অভিহিত কৰা সময়ৰ কথা। খ্ৰীষ্টঃপূৰ্ব ১৯০০ শতিকা। সেই কালৰ বাসিন্দাসকলে এই দেশৰ নাম দিছিল মেলুহা। বহু শতিকাৰ পূৰ্বে এই নিখুঁত সাম্ৰাজ্য প্ৰতিষ্ঠা কৰিছিল মহান নৃপতি প্ৰভু ৰামে। এইসকল আছিল সূৰ্যবংশী। সূৰ্যবংশীসকলৰ এই গৌৰৱোজ্বল সাম্ৰাজ্য আৰু ইয়াৰ শাসক সকল তেওঁলোকৰ প্ৰধান নদী সৰস্বতী ক্ৰমান্বয়ে মৃত্যুমুখী হোৱাৰ ফলত গভীৰ সংকটৰ সন্মুখীন হৈছিল। তাৰোপৰি তেওঁলোক সন্মুখীন হ'ব লগা হৈছিল পূব দিশৰ চন্দ্ৰবংশীসকলৰ ভূ-খণ্ডৰ পৰা হোৱা ভয়ানক সন্ত্ৰাসবাদী আক্ৰমণৰ। সেই পৰিস্থিতি আৰু বেছি ভয়াৱহ হৈছিল যেতিয়া চন্দ্ৰবংশীসকলে সমাজৰ পৰা বহিস্কৃত এচাম কুন্ধচ, দুৰ্দান্ত সামৰিক শক্তিসম্পন্ন জাতি নাগসকলৰ সৈতে লগ লাগিছিল। আনহাতে সূৰ্যবংশীসকলৰ এক পৌৰাণিক কিংবদন্তি আছিল যে যেতিয়াই দুস্কৃতিয়ে সকলোফালে চানি ধৰিব, তেতিয়াই এগৰাকী বীৰ পুৰুষৰ আৰ্বিভাৱ ঘটিব। কিন্তু অসম্পূৰ্ণ ৰূপৰেখাৰে অংকিত তিব্বতীয় অভিবাসী সেইজন বীৰ পুৰুষ শিৱই আছিল নে? প্ৰকৃততে তেওঁ বিচাৰিছিল নে আদৰ্শ পুৰুষ হ'বলৈ? আকস্মিকভাৱে অদৃষ্টই প্ৰেম আৰু কৰ্তব্যৰ মাজলৈ টানি অনা শিৱই সূৰ্যবংশীসকলৰ প্ৰতিশোধৰ নেতৃত্ব দি পাৰিলেনে দুস্কৃতিক বিনাশ কৰিব? এই সকলোখিনি জানিবলৈ "ষ্টৰীটেল" যোগে শুনক প্ৰখ্যাত সাহিত্যিক আমিশ ত্ৰিপাঠীৰ দ্বাৰা ৰচিত আৰু বিপুল দেউৰীয়ে অসমীয়া ভাষান্তৰ কৰা অতিকে জনপ্ৰিয় গ্ৰন্থ শিৱ ত্ৰয়োবৃত্তৰ প্ৰথমটি খণ্ড "দ্য ইম্মৰটেলছ অব্ মেলুহা"

© 2021 Storyside IN (Audiobook): 9789354836091

Release date

Audiobook: 15 October 2021

Others also enjoyed ...

  1. The Oath of The Vayuputras Amish Tripathi
  2. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  3. The Secret of the Nagas Amish Tripathi
  4. Kollolini আৰাধনা গোস্বামী
  5. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  6. Raavan আমিশ ত্ৰিপাঠী
  7. Moitsyogondha হোমেন বৰগোহাঞি
  8. Big Bazar মনালিছা শইকীয়া
  9. Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  10. Aagontuk হৰেকৃষ্ণ ডেকা
  11. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  12. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  13. Ostoraag হোমেন বৰগোহাঞি
  14. Nala Damayanti Anand Neelakantan
  15. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  16. Xorotsondror Nirbasito Golpo শৰৎ চন্দ্ৰ চট্টোপাধ্যায়
  17. Eta xingora maasor kotha লক্ষ্মীনাথ বেজবৰুৱা
  18. Daxorothir Khuj মামণি ৰয়ছম গোস্বামী
  19. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  20. Puwoti Tora কাঞ্চন বৰুৱা
  21. Aariwa অনুৰাধা দত্ত
  22. Prem Omritor Nodi চৈয়দ আব্দুল মালিক
  23. Cotton College নবীন বৰুৱা
  24. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  25. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  26. Xongskar মামণি ৰয়ছম গোস্বামী
  27. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  28. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  29. Samiyaana মণিকুন্তলা ভট্টাচাৰ্য
  30. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  31. Arnab, Aastha Aru JEC Indranee Sharma
  32. Oxaanto Prohor কাঞ্চন বৰুৱা
  33. Juwair xadhu Lakshminath Bezbaruah
  34. Mriganabhi অৰূপা পটংগীয়া কলিতা
  35. Doriyoli গীতালি বৰা
  36. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  37. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  38. Buddhajaya গীতালি বৰা
  39. Cubicle Mate পাপলু চেতিয়া
  40. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  41. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  42. Felani অৰূপা পটংগীয়া কলিতা
  43. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  44. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  45. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া