Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
2 Ratings

5

Duration
8H
Language
Assamese
Format
Category

Fiction

এগৰাকী অভিজাত মহিলা। সময়ৰ পাকচক্ৰত পৰি তেওঁ গুৰুতৰ ভাৱে আক্ৰান্ত হয় স্কিজোফ্ৰেনিয়া নামে এক জটিল মানসিক ৰোগত। সমাজৰ ডিগ্ৰীধাৰী এচাম অশিক্ষিত মানুহৰ বাবে তেওঁ হৈ পৰে পাগলী। মাকৰ এই অৱস্থাৰ বাবে ঘৰলৈ পিঠি দিয়া পুত্ৰ, বিয়া হৈ আঁতৰি যোৱা ডাঙৰ ছোৱালী সকলো আঁতৰে আঁতৰে ৰয়। অন্যফালে আকৌ সুৰাপায়ী গিৰিয়েক থকা নথকা একেটাই কথা। পাগলী মাকৰ সেৱা শুশ্ৰষা ব্ৰতী হয় তেওঁৰেই সৰু জীয়ৰী মামণি। পেছাত এগৰাকী শিক্ষয়িত্ৰী মামণিয়ে মাকক সুস্থ কৰি তুলিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। কিন্তু সমাজৰ লাঞ্ছনা, বঞ্চনাত জৰ্জৰিত, সৰল, অন্তৰ্মুখী মামণি এদিন নিজেই হৈ পৰে স্কিজোফ্ৰেনিক ৰোগী। পৰিয়ালটোৰ শেষ ভৰসা মামণিৰ ভৰসা কোন? কি হ'ব মামণিৰ শেষ পৰিস্থিতি? সুস্থ হৈ উঠিব নে মামণি? আৰু মামণিৰ মাক? কি হ'ল মামণি ৰ ডাঙৰ ককায়েক ৰণৰ? এই সকলোখিনি জানিবলৈ শুনক ষ্টৰীটেল যোগে ২০০৪ চনৰ মুনীন বৰকটকী বঁটা প্ৰাপ্ত অসমীয়া সাহিত্যৰ এগৰাকী জনপ্ৰিয় গল্পকাৰ তথা ঔপন্যাসিক মনালিছা শইকীয়াৰ "আন্দোলিত আকাশ"।

© 2021 Storyside IN (Audiobook): 9789353987558

Release date

Audiobook: 10 March 2021

Others also enjoyed ...

  1. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  2. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  3. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  4. Odhom Keetor Dongxon ৰঞ্জু হাজৰিকা
  5. Big Bazar মনালিছা শইকীয়া
  6. Cotton College নবীন বৰুৱা
  7. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  8. Orgol Khula, Priyomboda গীতালি বৰা
  9. Ostoraag হোমেন বৰগোহাঞি
  10. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  11. Xoityoban Dur Hoi Najaba মনালিছা শইকীয়া
  12. Tejor Tolor Pokhilar Mukh অনামিকা বৰা
  13. Ejon Iswarar Sandhanat অনুৰাধা শৰ্মা পূজাৰী
  14. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  15. Arnab, Aastha Aru JEC Indranee Sharma
  16. Edinor Diary হোমেন বৰগোহাঞি
  17. Kanchon অনুৰাধা শৰ্মা পূজাৰী
  18. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  19. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  20. Mriganabhi অৰূপা পটংগীয়া কলিতা
  21. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  22. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  23. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  24. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  25. Doriyoli গীতালি বৰা
  26. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  27. Buddhajaya গীতালি বৰা
  28. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  29. Aariwa অনুৰাধা দত্ত
  30. Felani অৰূপা পটংগীয়া কলিতা
  31. Puwoti Tora কাঞ্চন বৰুৱা
  32. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  33. Aagontuk হৰেকৃষ্ণ ডেকা
  34. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  35. Amrita ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  36. Urmilar Sokulu কাঞ্চন বৰুৱা
  37. Kollolini আৰাধনা গোস্বামী
  38. Lingomukto Prithibir Xadhu Eta অপূৰ্ব কুমাৰ শইকীয়া
  39. Romyokotha ভদ্ৰ বৰা
  40. Kaal Gohbor ৰঞ্জু হাজৰিকা
  41. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  42. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ