Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
6 Ratings

4.3

Duration
11H 35min
Language
Assamese
Format
Category

Classics

দুটা প্ৰজন্মৰ জীৱনৰ ঐতিহাসিক প্ৰবাহ, তাৰ সকলো অৰ্থনৈতিক আৰু সামাজিক ব্যৱস্থা। বহু বিচিত্ৰ চৰিত্ৰ। সেই চৰিত্ৰসমূহৰ মাজৰ দ্বন্দ্ব-সংঘাত, ক্ৰিয়া- প্ৰতিক্ৰিয়া। আমাৰ সকলোৰে চকুৰ আগতে ঘটি থকা বহু ঘটনা। কাহিনীৰ নায়ক শিৱনাথ গণ্য মান্য, সমাজৰ চকুত এজন উচ্চ মৰ্যাদাসম্পন্ন ব্যক্তি। তেওঁৰ দুই জী ৰম্ভা আৰু সাবিত্ৰী, তিনি পুত্ৰ গৌৰিনাথ, লক্ষ্মীনাথ আৰু কালিনাথ।কালক্ৰমত সলনি হৈ যায় সময়। শিৱনাথৰ বংশমৰ্যদা, শিৱনাথৰ সমাজত থকা উচ্চ স্থান অক্ষুন্ন হৈ থাকিলনে? শিৱনাথৰ পুত্ৰহঁতে পিতৃপুৰুষৰ সেই ঠাইখিনি ৰাখিবলৈ কিমান দূৰ সক্ষম হ'ল? এই সকলোখিনি জানিবলৈ ষ্টৰীটেল যোগে শুনক প্ৰথিতযশা সাংবাদিক, সাহিত্যিক হোমেন বৰগোহাঞিৰ এখনি বহুল জনপ্ৰিয় উপন্যাস "পিতা পুত্ৰ"।

© 2021 Storyside IN (Audiobook): 9789353988463

Release date

Audiobook: 22 March 2021

Others also enjoyed ...

  1. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  2. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  3. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  4. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  5. Ostoraag হোমেন বৰগোহাঞি
  6. Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  7. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  8. Eta Ghoruwa Kahini অপূৰ্ব শৰ্মা
  9. Xongskar মামণি ৰয়ছম গোস্বামী
  10. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  11. Cotton College নবীন বৰুৱা
  12. Monika Aru Bikrom অপূৰ্ব শৰ্মা
  13. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  14. Mriganabhi অৰূপা পটংগীয়া কলিতা
  15. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  16. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  17. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  18. Puwoti Tora কাঞ্চন বৰুৱা
  19. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  20. Kanchon অনুৰাধা শৰ্মা পূজাৰী
  21. Arnab, Aastha Aru JEC Indranee Sharma
  22. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  23. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  24. Nilkanthi Braj মামণি ৰয়ছম গোস্বামী
  25. Pas Sotalor Kathakata অৰূপা পটংগীয়া কলিতা
  26. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  27. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  28. Felani অৰূপা পটংগীয়া কলিতা
  29. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  30. Kollolini আৰাধনা গোস্বামী
  31. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  32. Doriyoli গীতালি বৰা
  33. Oxaanto Prohor কাঞ্চন বৰুৱা
  34. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  35. Buddhajaya গীতালি বৰা
  36. Jolokonya মণিকুন্তলা ভট্টাচাৰ্য
  37. Xorobjaan লক্ষ্মীনাথ বেজবৰুৱা
  38. Eta xingora maasor kotha লক্ষ্মীনাথ বেজবৰুৱা
  39. Andulito Akash মনালিছা শইকীয়া
  40. Julu ৰঞ্জু হাজৰিকা
  41. Kaal Gohbor ৰঞ্জু হাজৰিকা
  42. Aariwa অনুৰাধা দত্ত
  43. Aagontuk হৰেকৃষ্ণ ডেকা
  44. The Immortals of Meluha Amish Tripathi
  45. The Secret of the Nagas Amish Tripathi