Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
3 Ratings

4.7

Duration
3H 56min
Language
Assamese
Format
Category

Crime

সাম্প্ৰতিক ঘটনা, ইতিহাস আৰু কল্পবিজ্ঞানৰ এক অনন্য ফিউজন প্ৰখ্যাত কবি, গল্পকাৰ, প্ৰৱন্ধকাৰ তথা প্ৰাক্তন আৰক্ষী সঞ্চালক প্ৰধান হৰেকৃষ্ণ ডেকাৰ এই প্ৰথমখন উপন্যাস "আগন্তুক"। লেখকে নিজে অৱশ্যে এই উপন্যাস খনক কল্পবিজ্ঞানভিত্তিক বা সামাজিক উপন্যাস বুলি কোৱাৰ পৰিৱৰ্তে কৈছে এক ধাৰণাভিত্তিক কল্পকথা (Conceptual Fiction) বুলিহে। অক্লান্ত নামৰ এগৰাকী সাংবাদিকক মূল চৰিত্ৰ হিচাপে লৈ আগবঢ়া উপন্যাসখনত ঔপন্যাসিকে অসমৰ অশান্তজৰ্জৰ এছোৱা সময়ৰ সৈতে ইতিহাস আৰু কল্পবিজ্ঞানক একেলগে যেনেদৰে বান্ধিছে সেয়া সঁচায়ে অনন্য। উগ্ৰপন্থী, সৈন্যবাহিনী আৰু সমাজ এই তিনিওক লৈ এক প্ৰতিবেদন তৈয়াৰ কৰিবলৈ গৈ কেনে এক পৰিস্থিতিত সোমাই পৰিল অক্লান্ত, হঠাৎ কৰ পৰা আহিল এক অজান ধাতুৰে গঢ়া এখন ফলি, সঁচাকৈ বেলেগ গ্ৰহৰ প্ৰাণীয়ে আহি বাহৰ পাতিছিল নেকি অসম-অৰুণাচল সীমান্তৰ ঘন অৰণ্যত! এই সকলোখিনি জানিবলৈ শুনক সাহিত্য অকাডেমি আৰু সৰ্বভাৰতীয় কথা বঁটাৰে সন্মানিত হৰেকৃষ্ণ ডেকাৰ উপন্যাস "আগন্তুক"।

© 2021 Storyside IN (Audiobook): 9789353988081

Release date

Audiobook: 15 March 2021

Others also enjoyed ...