Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
4 Ratings

4.8

Duration
11H 8min
Language
Assamese
Format
Category

Fiction

১৯৭৮ চন । উত্তৰ প্ৰদেশৰ ৰায়বেৰেলী জিলাৰ সাই নদীৰ ওপৰত একুৱেডাক্ট বন্ধাৰ কাম পূৰ্ণগতিত চলিছিল । নিয়োজিত আছিল অলেখ শ্ৰমিক । কিন্তু শ্ৰমিকসকলে প্ৰাপ্যৰ পৰা সদায়ে বঞ্চিত আছিল । যিয়ে তেওঁলোকক বিদ্ৰোহী কৰি তুলিছিল আৰু কোম্পানীৰ বিৰুদ্ধে ধৰ্মঘটৰ সিদ্ধান্ত লৈছিল । ধৰ্মঘটৰ নেতৃত্ব দিবলৈ ওলাই আহিছিল শ্ৰমিক নেতা । কিন্তু এই ধৰ্মঘটৰ উদ্দেশ্য জানো সফল হৈছিল !! পাৰিছিলনে নেতাসকলে সুস্থিৰভাবে ধৰ্মঘট আগুৱাই নিব? যিহেতু আদৰ্শ বা একতাৰ অভাৱ আছিল নেতাসকলৰ মাজত । নাছিল কোনো নিৰ্দিষ্ট পৰিকল্পনা । আৰু তাৰে সুবিধা লৈছিল শোষণকাৰীসকলে । অতি সৎ কৰ্মপটু বিশ্বাসী শিক্ষিত যুৱক যশোৱন্ত শ্ৰমিক ইউনিয়নৰ সদস্য হোৱাৰ পিছত ধৰ্মঘটেই হওক বা হৰিজন শ্ৰমিকসকলৰ অনান্য প্ৰাপ্যৰ ক্ষেত্ৰত কিবা ইতিবাচক দিশৰ সূচনা হৈছিল নেকি ? পৰিস্থিতিৰ ৰোষত পৰি এসময়ৰ ৰাংঢালী, আলফুলীয়া নাৰায়ণী নিশকতীয়া হৈ পৰাৰ পাছত, তাই ক'ত কেনেকৈ কিয় ঠাকুৰ চাহাবক হত্যা কৰিছিল ?? শম্ভূ পাছোৱানে লৈ ফুৰা খালী টিংটো পূৰ্ণ হৈছিলনে ? পৰিস্থিতিয়ে বেশ্যা বৃত্তি ল'বলৈ বাধ্য কৰোৱা সেই ছোৱালীহঁত ক'লৈ গুচি গৈছিল ?? হৰিজন শ্ৰমিকসকলক একপ্ৰকাৰ মৃত্যমুখলৈ ঠেলি দিয়াৰ আঁৰত থকা প্ৰতাৰক আচলতে কোন ?? চিকমিকাই থকা তৰোৱাল লৈ শাস্ত্ৰীৰ ঘৰত হঠাতে উপস্থিত হোৱা ক'লা হটঙা মানুহটোৰ সন্মুখত শাস্ত্ৰী জীৱন্ত হৈ বাচি গৈছিলনে ?? বহু বিক্ষিপ্ত ঘটনাৰ সাক্ষী "মামৰে ধৰা তৰোৱালে" আপোনাক লৈ যাব সেই সময়ছোৱালৈ, সেই ঠাইডোখৰলৈ, এইখন দেশৰে যি এক নিৰ্মম বাস্তৱ ।

© 2021 Storyside IN (Audiobook): 9789353987916

Release date

Audiobook: 12 March 2021

Others also enjoyed ...

  1. Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  2. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  3. Ostoraag হোমেন বৰগোহাঞি
  4. Juwair xadhu Lakshminath Bezbaruah
  5. Chinnomostar Manuhtu মামণি ৰয়ছম গোস্বামী
  6. Xongskar মামণি ৰয়ছম গোস্বামী
  7. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  8. Xorobjaan লক্ষ্মীনাথ বেজবৰুৱা
  9. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  10. Cotton College নবীন বৰুৱা
  11. Puwoti Tora কাঞ্চন বৰুৱা
  12. The Immortals of Meluha Amish Tripathi
  13. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  14. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  15. Kanchon অনুৰাধা শৰ্মা পূজাৰী
  16. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  17. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  18. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  19. Nilkanthi Braj মামণি ৰয়ছম গোস্বামী
  20. Aagontuk হৰেকৃষ্ণ ডেকা
  21. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  22. Felani অৰূপা পটংগীয়া কলিতা
  23. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  24. Mariam Austin Athaba Hira Baruah অৰূপা পটংগীয়া কলিতা
  25. Arnab, Aastha Aru JEC Indranee Sharma
  26. Oxaanto Prohor কাঞ্চন বৰুৱা
  27. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  28. Kaal Gohbor ৰঞ্জু হাজৰিকা
  29. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  30. Suwa Pitambor Shyamboron Megh Ure জীৱন নৰহ
  31. Samiyaana মণিকুন্তলা ভট্টাচাৰ্য
  32. The Secret of the Nagas Amish Tripathi
  33. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  34. Aariwa অনুৰাধা দত্ত
  35. Bola Beduin দিব্যজ্যোতি বৰা
  36. Buddhajaya গীতালি বৰা
  37. Norokor phul ৰঞ্জু হাজৰিকা
  38. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  39. Kollolini আৰাধনা গোস্বামী
  40. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  41. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  42. Madhuxala সৌমিত্ৰ যোগী
  43. Muru Eta Xopun Ase ৰুবুল মাউত
  44. Aparajita Archana Borthakur
  45. Hridoy Kotha ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী