Listen and read

Step into an infinite world of stories

  • Listen and read as much as you want
  • Over 400 000+ titles
  • Bestsellers in 10+ Indian languages
  • Exclusive titles + Storytel Originals
  • Easy to cancel anytime
Subscribe now
Details page - Device banner - 894x1036
53 Ratings

4.4

Duration
6H 51min
Language
Assamese
Format
Category

Fiction

''ভিজা চুলিত মোৰ উশাহ সামৰি আৰু ওচৰলৈ নাহিবা মিছ্ আস্থা... আকৌ এবাৰ ৰঙা কৰি দিম তোমাৰ টোল পৰা দুগালৰ ৰং.. চুই চাম তোমাৰ 'পোৱালি' 'পোৱালি' আঙুলিৰ ভাঁজ... এই যে তোমাক সামৰি লম বুকুৰ মাজত, কোনেও আঁতৰাই নিব নোৱাৰে আনকি তুমি নিজেও..''

প্ৰথম প্ৰেমৰ মিঠা মিঠা ৰাগীত মাতাল দুটি আলসুৱা মন। এই প্ৰেম সাধাৰণ, সহজ, সৰল আৰু আপোন। শেৱালি ফুলৰ সুগন্ধি লাগিছে আস্থাৰ গালত, অৰ্ণৱৰ হাতত, জেইচিৰ বতাহত। কঁপি থকা বুকুৰ ধপধপনি দুয়োৰে বাবেই নতুন, প্ৰথম, ভাললগা। ভালপোৱাৰ এজাক বৰষুণৰ নাম "অৰ্ণৱ আস্থা আৰু JEC"। ফেচবুক পেজ 'অৰ্ধ আকাশ'ত আত্মপ্ৰকাশ কৰি চছিয়েল মিডিয়াত তোলপাৰ লগোৱা আৰু পিছলৈ কিতাপ আকাৰে ছপা হোৱা জনপ্ৰিয় উপন্যাস 'অৰ্ণব, আস্থা আৰু JEC' এইবাৰ আপোনালোকৰ কাষলৈ আহিছে শ্ৰাব্য ৰূপত। কলেজীয়া জীৱনৰ বন্ধুত্ব আৰু প্ৰেমৰ মাদকতাই সুকীয়া। তাতে যেতিয়া বিপৰীত স্বভাৱৰ দুজন মানুহ প্ৰেমত পৰে, সময় হৈ পৰে অভিমান আৰু আদৰৰ এক অদ্ভুত মিশ্ৰণ। অৰ্ণব আৰু আস্থাৰ কাহিনীটোও কিছু তেনেকুৱাই। শান্ত, অন্তৰ্মুখী আস্থাই সামৰি লব পাৰিব নে অৰ্ণবৰ উগ্ৰ, বেপৰুৱা প্ৰেমক? অৰ্ণবৰ জীৱনৰ এটা গোপন সত্য আছে। আস্থাই পাৰিব নে অৰ্ণবক সেই সত্যৰ সৈতে মুখামুখি কৰাই দিব? সহজ সৰল প্ৰেমৰ ধুনীয়া কাহিনী 'অৰ্ণব, আস্থা আৰু JEC' ইন্দ্ৰাণী শৰ্মাৰ প্ৰথম উপন্যাস।

© 2021 Storyside IN (Audiobook): 9789353988661

Release date

Audiobook: 10 January 2021

Others also enjoyed ...

  1. Asimot Jar Heral Sima কাঞ্চন বৰুৱা
  2. Miri Jiyori ৰজনীকান্ত বৰদলৈ
  3. Cotton College নবীন বৰুৱা
  4. Odrisyo Xondhan ৰঞ্জু হাজৰিকা
  5. Nayantora Aru Egharota Golpo অনুৰাধা শৰ্মা পূজাৰী
  6. Anuradhar Desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  7. Puwotir Jonak Aru Ek Cup Saah Indranee Sharma
  8. The Immortals of Meluha Amish Tripathi
  9. Kanchon অনুৰাধা শৰ্মা পূজাৰী
  10. Xaudor Puteke Naau Meli Jai হোমেন বৰগোহাঞি
  11. Neelar Karone Olop Bhalpuwa অতনু ভট্টাচাৰ্য
  12. Eta xingora maasor kotha লক্ষ্মীনাথ বেজবৰুৱা
  13. Son Horinor Sekur অনুৰাধা শৰ্মা পূজাৰী
  14. Xoindhya মণিকুন্তলা ভট্টাচাৰ্য
  15. Xongskar মামণি ৰয়ছম গোস্বামী
  16. Nixiddho Obhixaar ৰঞ্জু হাজৰিকা
  17. Bengsota অপূৰ্ব কুমাৰ শইকীয়া
  18. Be On Time বিষ্ণুজ্যোতি সন্দিকৈ
  19. Ostoraag হোমেন বৰগোহাঞি
  20. Aghari Aatmar Kahini চৈয়দ আব্দুল মালিক
  21. Xurujmukhir Swopno চৈয়দ আব্দুল মালিক
  22. Halodhiya Soraye Baudhan Khai হোমেন বৰগোহাঞি
  23. Aaborir Akash Aru Prithibi মনালিছা শইকীয়া
  24. Rajanigandhar Sokulu চৈয়দ আব্দুল মালিক
  25. Puwoti Tora কাঞ্চন বৰুৱা
  26. Aariwa অনুৰাধা দত্ত
  27. Big Bazar মনালিছা শইকীয়া
  28. Cubicle Mate পাপলু চেতিয়া
  29. Doriyoli গীতালি বৰা
  30. Udoibhanur Soritro মামণি ৰয়ছম গোস্বামী
  31. Kollolini আৰাধনা গোস্বামী
  32. Grohonanto কাঞ্চন বৰুৱা
  33. Moi Desdimona Hobo Khuju মণিকুন্তলা ভট্টাচাৰ্য
  34. Buddhajaya গীতালি বৰা
  35. Aparajita Archana Borthakur
  36. Punor Jonom loi Tejimolai মনালিছা শইকীয়া
  37. The Secret of the Nagas Amish Tripathi
  38. Mamore Dhora Toruwal মামণি ৰয়ছম গোস্বামী
  39. Priyo Aalaap মণিকা দেৱী
  40. Ishu মণিকুন্তলা ভট্টাচাৰ্য
  41. Mukhagni ভৃংগেশ্বৰ শৰ্মা
  42. Aagontuk হৰেকৃষ্ণ ডেকা
  43. Gopal Eta Bhal Lora অপূৰ্ব শৰ্মা
  44. Amrita ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী
  45. Tokora Baahor Sonar Beji অৰূপা পটংগীয়া কলিতা
  46. Monika Aru Bikrom অপূৰ্ব শৰ্মা
  47. Gorokhiya desh ফনীন্দ্ৰ কুমাৰ দেৱচৌধুৰী